-->

Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

AHSEC Solution for Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences. All the important questions answers are discussed in this article.

বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ
Understanding Partition Politics, Memories, Experiences 

বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences has been discussed in systematic way. There are approximately important 49 questions answers in this article.
1. ১৮৫৭ চনলৈ বৃটিছে কোন সম্প্রদায়ৰ নাম লৈ ভাৰত শাসন কৰিছিল।

উত্তৰঃ- হিন্দু সম্প্রদায়।

2. ভাৰতক দুর্বল কৰি ৰাখি শাসন কৰি যাবলৈ বৃটিছে কি নীতি গ্রহণ কৰিছিল?
উত্তৰঃ- বিভাজন আৰু শাসন নীতি (Divide and rule)।

3. পাকিস্তানৰ আঁচনি আৰু ৰূপৰেখা কোনে প্রস্তুত কৰিছিল?
উত্তৰঃ- কেজি বিশ্ববিদ্যালয় পঢ়ি থকা ৰেহমও আলি।

4. প্রত্যক্ষ সংগ্রাম কোন চনৰ কোন তাৰিখে লোৱা হৈছিল?  
উত্তৰঃ- ১৯৪৬ চনৰ ২৬ আগষ্ট তাৰিখে।

5. ভাৰত ত্যাগৰ ঘোষণা ইংলেণ্ডৰ কোনজন প্রধান মন্ত্রীয়ে কৰিছিল?
উত্তৰঃ- বনুৱা দলৰ নেতা এটলিয়ে।

6. বিভাজনৰ সময়ত আজিৰ বাংলা দেশৰ নাম কি আছিল?
উত্তৰঃ- পূর্ববংগ।

7. খুচবন্ত সিঙে বিভাজনৰ ওপৰত লিখা কিতাপ এখনৰ নাম লিখা।
উত্তৰঃ- Trains to Pakistan (1956)

৪. গান্ধীৰ আদর্শেৰে অনুপ্রাণিত হোৱা প্রবজনকাৰী সকলক সকলো প্ৰকাৰে সহায় কৰা হিমাচল প্রদেশৰ চিকিৎসক জন কোন আছিল?
উত্তৰঃ- খুচাদেও সিং।

9. মুছলিম লীগৰ জন্ম কোন চনত হৈছিল?
উত্তৰঃ- ১৯০৬ চনত।

10. কোন চনত হিন্দু মহাসভা গঠন কৰা হৈছিল?
উত্তৰঃ- ১৯১৫ চনত।

11. দ্বিজাতিতত্ত্বৰ মুখ্য প্রবক্তা কোন আছিল?
উত্তৰঃ- মহম্মদ আলি জিন্না।

12. কোন চনত বাংলা দেশ স্বাধীন হৈছিল?
উত্তৰঃ- ১৯৭১ চনৰ ২৫ মার্চত।

13. আৰ্য সমাজ নামৰ ধর্মীয় সংগঠনটোৰ জন্ম কত হৈছিল?  
উত্তৰঃ- পাঞ্জাৱত।

14. লক্ষ্মৌ চুক্তি কোন চনত বিধিবদ্ধ হৈছিল?
উত্তৰঃ- ১৯০৬ চনত।

15. পৃথককৈ মুছলিম ৰাজনীতি ভাৰতত সাংবিধানিক ভাৱে কোন চনত আৰম্ভ হৈছিল?
উত্তৰঃ- ১৯০৯ চনত।

16. পৃথক মুছলিম ৰাজনীতিৰ সাংবিধানিক স্থিতিৰ বৰ্দ্ধিকৰণ কেতিয়া সম্ভৱ হৈছিল?
উত্তৰঃ- ১৯১৯ চনৰ মণ্টেগো চেমচফর্ড আইনত।

17. প্রথম বাৰৰ কাৰণে প্রাদেশিক নির্বাচন ভাৰতবৰ্ষত কোন চনত আৰম্ভ কৰা হৈছিল?
উত্তৰঃ- ১৯৩৯ চনত।

18. বঙ্গদেশ উত্তৰ পশ্চিম ফ্রণ্টিয়াৰ প্রদেশ আৰু পাঞ্জাৱত লীগে ১৯৩৭ চনত কোন দলে সংখ্যা গৰিষ্ঠতা পাইছিল?
উত্তৰঃ- কংগ্ৰেছ দলে।

19. উত্তৰ প্ৰদেশত লীগে কমসংখ্যক আসন পোৱাৰ পিচত কংগ্ৰেছ দলৰ সৈতে Coalition চৰকাৰ গঠনৰ বাবে দিয়া আস্বাসক কংগ্ৰেছ দলে কি প্রতিক্রিয়া প্রকাশ কৰিছিল?
উত্তৰঃ- নেতিবাচক।

20. পাঞ্জাৱ বিধানসভা প্রধান মন্ত্রীয়ে (Premier) লীগৰ ১৯৪০ চনৰ প্ৰস্তাৱৰ বিৰোধিতা কৰা লোকজন কোন আছিল?
উত্তৰঃ- চিকন্দৰ হায়াত খাঁন।

21. পাঞ্জাৱত লীগৰ বিৰোধিতা কৰা নেতা জন কোন দল নেতা আছিল?
উত্তৰঃ- ইউনিয়নিষ্ট দলৰ।

22. 'চাৰে জাহাচে চে আচ্ছা হিন্দুস্থান হামাৰা’ এ উৰ্দ্দুভাষাত লিখা কবিতাটো কোনে ৰচনা কৰিছিল?
উত্তৰঃ- মহম্মদ ইকবাল।

23. ১৯৩০ চনৰ লীগৰ বাৰ্ষিক অধিবেশনত উত্তৰ পশ্চিম ভাৰতৰ মুছলিম ৰাজ্যৰ পপাষকতা কোনে কৰিছিল? 

উত্তৰঃ-মহম্মদ ইকবালে।

24. অন্যান্য বহুতো কাৰণৰ লগতে বৃটিছে ভাৰত ত্যাগ কৰা কৰাৰ বাবে পদক্ষেপ লোৱা কাৰণটো কি আছিল? 

উত্তৰঃ- দ্বিতীয় মহাসমৰ।

25. কোন জন ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুছলমান নেতাই লীগৰ বিৰোধিত কৰিছিল— যি জনাই পিছলৈ স্বাধীন ভাৰতৰ মন্ত্ৰী হৈছিল?
উত্তৰঃ- মৌলানা কালাম আজাদ।

26. কংগ্ৰেছ হাইকমাণ্ডে কেতিয়া আনুষ্ঠানিক ভাৱে লীগৰ দাবী মানি লৈ ভাৰত বিভাজনত সন্মতি দিছিল?
উত্তৰঃ- ১৯৪৭ চনৰ মাৰ্চ-মাহত।

27. পাকিস্তান ৰাষ্ট্ৰই কোন দিনা স্বাধীনতা লাভ কৰিছিল?
উত্তৰঃ- ১৯৪৭ চনৰ ১৪ আগষ্টৰ দিনা।

28. ভাৰত বিভাজনৰ ইতিহাসৰ কেইটামান মৌলিক সমল উল্লেখ কৰা।
উত্তৰঃ- কেইবিধ মান মৌলিক সমল হ'ল— মৌখিক সাহিত্য, স্মাৰক বা স্মৰণিকা বংশাৱলী, লিখিত টোকা আদি।

29. শিখ সকলে কিয় ভাৰত বিভাজন বিচাৰিছিল?
উত্তৰঃ- শিখসকলে অভয় কৰিছিল যে মুছলমানৰ সংখ্যাগৰিষ্ঠই হয়তো এদিন তেওঁলোকৰ ৰাজনৈতিক ভাৱ দুর্বল কৰি তুলিব।

30. সাম্প্রদায়িকতা বুলিলে কি বুজা?
উত্তৰঃ- সাম্প্রদায়িকতা হ'ল এক ৰাজনীতি য'ত এটা ধৰ্মক কেন্দ্ৰ কৰি কোনো এটা সম্প্রদায়ে আন এক সম্প্রদায়ৰ বিৰুদ্ধেঐক্যবদ্ধ হয় বা বিৰুদ্ধাচৰণ কৰে।


38. প্রখ্যাত চিত্র নির্মাতা ঋত্বিক ঘটক আৰু হবিব নামৰ লোক দুজনে কি দৰে ভাৰত বিভাজনৰ ৰূপটো প্রকট কৰি তুলিছিল?
উত্তৰঃ- বঙ্গালী চিত্র নির্মাতা ঋত্বিক ঘটকে 'মেঘে ঢাকা তাৰা' আৰু কথা ছবিৰ আৰু হবিবৰ ছবি জিচ লাহোৰ নাই দেখায়া ও নামৰ এখন প্রখ্যাত নাটকখনে ১৯৪৭ চনৰ বিভাজনৰ সকলো ধৰণৰ ঘটনা বোৰ বুজিবলৈ সুবিধা দিছিল।


43. মৌখিক ইতিহাসৰ ওপৰত বেছি নিৰ্ভৰ কৰাৰ পৰা ইয়াৰ কুফল কি হ'ব পাৰে।
উত্তৰঃ- বহুতো ইতিহাসবিদে মৌখিক সমলবোৰৰ মৰ্যদাক ইতিহাসে গ্রহণ নকৰে বুলি ভাৱে। সেইবোৰত প্রকৃত তথ্য (Data) পোৱা নাযায়।


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »

1 Comments:

Click here for Comments
Unknown
admin
December 25, 2022 at 9:34 AM ×

Thank you sir

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar