-->

Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

AHSEC Solution for Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture. All the important questions answers are discussed in this article.

ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ

Colonial Cities Urbanization, Planning & Architecture


History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture has been discussed in systematic way. There are approximately important 49 questions answers in this article.

1. উপনিৱেশৰ সময়ৰ আগৰ প্রাচীন নগৰ এখনৰ নাম লিখা?  
উত্তৰঃ- স্পগ্ৰা।

2. মোগলৰ দিনৰ এখন ৰাজধানী চহৰৰ নাম লিখা?
উত্তৰঃ- দিল্লী।

3. ৰাজতন্ত্রত নগৰৰ পৃষ্ঠপোষক কোন আছিল?
উত্তৰঃ- ৰজা।

4. পৌৰসভাৰ কৰ সংগ্ৰহ ভাৰতত কোন শতিকাৰ পৰা আৰম্ভ হৈছিল?
উত্তৰঃ- ঊনৈশ শতিকাৰ শেষৰ পিনে।

5. কোন চনত ভাৰতবৰ্ষত প্রথম সৰ্বভাৰতীয় লোকপিয়ল কৰা হৈছিল?
উত্তৰঃ- ১৮৭২ চনত।

6. কিমান বছৰৰ মূৰে মূৰে সাধাৰণতে পিয়ল কৰাটো নিয়ম কৰা হৈছিল?
উত্তৰঃ- ১০ বছৰৰ মূৰে মূৰে।

7. কোন চনত ভাৰতত ৰেলপথ নির্মাণ কৰা হয়?
উত্তৰঃ- ১৮৫৩ চনত।

৪. ভাৰতত ৰে'লপথৰ প্রথম সূচনা কোনে কৰিছিল?
উত্তৰঃ- লর্ড ডেলহাউচিয়ে।

9. গদাধৰ নেহৰু কোন আছিল?
উত্তৰঃ- জৱাহৰলাল নেহৰুৰ ককা।

10. গদাধৰ নেহৰু কি পদবীত অধিষ্ঠিত আছিল?
উত্তৰঃ- ১৮৫৭ চনৰ আগৰ দিল্লীৰ কটোৱাল।

11. কোম্পানীয়ে নির্মাণ কৰা এখন নগৰীৰ নাম লিখা।
উত্তৰঃ- কলিকতা, বোম্বে আৰু মাদ্রাজ।

12. ক'ত আৰু কেতিয়া মৰাপাট কল স্থাপন কৰা হয়?
উত্তৰঃ- ১৮৫০ চনত কলিকতাত।
 
13. শ্বেতনগৰ বুলিলে কি বুজা? 

উত্তৰঃ- ইউৰোপীয়সকলে বাস কৰা ঠাইবোৰক।

14. কৃষ্ণকায় বা কৃষ্ণনগৰ বুলিলে কি বুজা?

উত্তৰঃ- ভাৰতীয় লোকসকলে বাস কৰা ঠাইবোৰক।

15. কোন চনত লটাৰী কমিটি গঠন কৰা হৈছিল?
উত্তৰঃ- ১৮১৭ চনত।

16. 'Gateway of India' কোন চনত নির্মাণ কৰা হৈছিল?
উত্তৰঃ- ১৯১১ চনত।

17. Gateway of Indiaৰ নিৰ্মাণ শৈলী কোন ঠাইৰ স্থাপত্য নিদর্শন আছিল?
উত্তৰঃ- গুজৰাটী।

18. কোন চনত কলিকতা উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ- ১৭৭৩ চনত।

19. Gateway of India কি উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ- ব্রিটিছৰ সম্রাট পঞ্চম জর্জ আৰু ৰাণী মেৰীক আদৰিবলৈ।

20. কোন চনত ইংৰাজসকলে বোম্বেক দক্ষিণ ভাৰতৰ ৰাজধানী হিচাবে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ- ১৮৫৩ চনত।

21. কোন চনত দাসসকলে মছলিপট্টনমত প্ৰথমটো ব্যৱসায়িক কেন্দ্র প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ- ১৬০০ চনত।

21. কোন বছৰৰ পৰা প্রতি দহ বছৰৰ মূৰে মূৰে লোকপিয়ল আৰম্ভ কৰা হৈছিল?
উত্তৰঃ- ১৮৮১ চনত।

22. Gateway of India ভাৰতৰ ক'ত অৱস্থিত?
উত্তৰঃ- বোম্বেৰ সাগৰৰ পাৰত।

23. বৰ্তমানৰ মাদ্রাজ বা চেন্নাইৰ প্ৰথমতে কি নামেৰে নামাংকিত কৰা হৈছিল?
উত্তৰঃ- চেন্ট জর্জ।

24. কলিকতা নগৰ (বর্তমানৰ কোলকাতা) প্রথম তিনিখন গাঁৱৰ সমষ্টি আছিল সেই গাঁওকেইখনৰ নাম কি আছিল?
উত্তৰঃ- সূতানতি, কলকতা আৰু গোবিন্দপুৰ।

25. পণ্ডিচেৰী বা বর্তমানৰ পুডুচেৰীত ফৰাচীসকলে কোন চনত বাণিজ্যিক ঘাটি স্থাপন কৰিছিল?
উত্তৰঃ- ১৬৭৩ চনত।

26. পুডুচেৰীৰ প্রথম ফৰাচী গভৰ্ণৰ কোন আছিল?
উত্তৰঃ- ফ্রান্সিচ মার্টিন।

27. পেট বুলিলে কি বুজা?
উত্তৰঃ- পেট শব্দটো তামিল ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল- বসতি স্থল বা চুবৰুীয়া।

28. লটাৰী কমিটিৰ প্রধান দায়িত্ব কি আছিল।
উত্তৰঃ-

29. বোম্বে নগৰীখন কানি বা আফিং ব্যৱসায়ৰ কেনেকৈ কেন্দ্রস্থল হৈ পৰিছিল?
উত্তৰঃ-

30. ঔপনিৱেশিক কালত কেনেকৈ ইংৰাজ আৰু ভাৰতীয় বণিকসকলে নগৰবোৰত অট্টালিকাবোৰ নিৰ্মাণ কৰিছিল।
উত্তৰঃ-

31. ভাৰতত তেল প্ৰৱর্তনৰ পিছত ভাৰতত কেনেকৈ উদ্যোগ বিপ্লৱৰ সূচনা হৈছিল?
উত্তৰঃ-

32. কি পৰিস্থিতিত ফৰাচীসকলে ভাৰত এৰি যাবলৈ বাধ্য হৈছিল?
উত্তৰঃ-  

33. বস্তি বুলিলে কি বুজা?
উত্তৰঃ-বস্তি শব্দটো বঙালী আৰু হিন্দী শব্দৰ পৰা আহিছে। এই শব্দটিয়ে চুবুৰীয়া ঠাই বা বসতিক বুজাইছিল। পিছে ইংৰাজসকলে এই শব্দটোৰ জৰিয়তে দৰিদ্ৰ লোকসকলে অস্থায়ীভাৱে সজা পঁজাবোৰক বুজাইছিল। ঔনবিংশ শতিকাৰ শেষলৈ ইংৰাজ অভিলেখাবোৰত বস্তি আৰু লেতেৰা ঠাইবোৰ সামর্থক ৰপূত ব্যৱহৃত হ'বলৈ লৈছিল।

34. কাচবাহ মানে কি বুজা?
উত্তৰঃ-কাচবাহ মানে হ'ল নগৰীয়া বসতি অঞ্চল। উত্তৰ ভাৰতত মোগল শাসনৰ সহযোগী স্থানীয় প্রসিদ্ধ লোক নাইবা বিষয়ববীয়া সকলে কাচবাহ বা নগৰীয়া বসতি অঞ্চল কি ছুমান গঢ়ি তুলিছিল।

35. গঞ্জ মানে কি বুজা?
উত্তৰঃ-গঞ্জ মানে হ'ল কিছুমান সৰুসৰু স্থায়ী ব্যৱসায়িক কেন্দ্রস্থল বা বজাৰ-হাট। এই দুয়ো ঠাইতে নানা ধৰণৰ খাদ্য-সামগ্ৰী আৰু গাখীৰ উৎপাদন হৈছিল। এই সামগ্ৰীবোৰ ৰাজকীয় পৰিয়াল আৰু সৈন্যবাহিনীৰ লোকক যোগান ধৰা হৈছিল। লাহে লাহে এই ঠাইবোৰ ডাঙৰ নগৰ বা চহৰলৈ ৰপূান্তৰিত হৈছিল।

36. পণ্ডিচেৰীত ফৰাচীসকলে কোনে আৰু কেতিয়া সাম্রাজ্য স্থাপন কৰিছিল?
উত্তৰঃ-

37. কোন চনৰ পৰা কলিকতা চহৰখন ৰাজনীতিৰ কেন্দ্রস্থল হৈ আছিল আৰু কেতিয়ালৈ এই ব্যৱস্থা বাহাল আছিল?
উত্তৰঃ- বৃটিছ সংসদে বিধিবদ্ধ কৰা ১৭৭৩ চনৰ নিয়ন্ত্রণ আইনখন মতে কলিকতাখন ৰাজনীতিৰ কেন্দ্রস্থল হৈ আছিল। এই ব্যৱস্থাটো ১৯১১ চনলৈ বৰ্তি আছিল।

38. ওলন্দাজসকলৰ হাতৰ পৰা কেনেকৈ পণ্ডিচেৰীখনত ফৰাচীৰ আধিপত্য বিস্তাৰ হৈছিল?
উত্তৰঃ-  

39. মাদ্রাজ চহৰত প্ৰথমতে কোন কোন লোকক থাকিবলৈ সুবিধা দিছিল।
উত্তৰঃ-

40. ফর্ট উইলিয়াম দুর্গটো কোনে, ক'ত আৰু কেতিয়া নির্মাণ কৰিছিল?
উত্তৰঃ- ১৭৮৬ চনত এই দুর্গটো ইংৰাজ কোম্পানীয়ে কলিকতাত নির্মাণ কৰিছিল।

41. 

42. ১৬০০ চনটো ভাৰতৰ আধুনিক যুগৰ বাবে কিয় তাৎপর্যপূর্ণ?  
উত্তৰঃ- (i) ১৬০০ চনত ডাচসকলে মচলিপট্টমত প্ৰথমটো ব্যৱসায়িক কেন্দ্র প্রতিষ্ঠা কৰিছিল।
(ii) ১৬০০ চনত ইংলেণ্ডৰ মহাৰাণী এলিজাবেথে ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত বেপাৰ কৰাৰ কাৰণে চনদ প্রদান কৰিছিল।

43. আগ্রা আৰু দিল্লীৰ মাজত প্রধান বৈশিষ্ট্যযুক্ত পার্থক্য কি?
উত্তৰঃ-

44. বোম্বে নগৰখনক বৃটিছসকলে কি ধৰণে গঢ়ি তুলিছিল?  
উত্তৰঃ- প্রাচীন পৰম্পৰাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত বোম্বে এখন বস্ত্র শিল্প নগৰী হিচাবে গঢ়ি তুলিছিল। তাৰে পৰাই বস্ত্ৰ উদ্যোগৰ বিশেষ প্ৰসাৰ ঘটিছিল।

45. লটাৰী কমিটিৰ কাৰ্য্যক্রমণিকাত দেশীয় শ্রমিক শ্ৰেণীৰ কি দুর্দশা হৈছিল?
উত্তৰঃ-

46. মোগলৰ দিনত নগৰীয়া অঞ্চলত বসবাস কৰিবলৈ মানুহ কিয় ইচ্ছুক আছিল?
উত্তৰঃ-

47. নগৰৰ সংজ্ঞা কি? নগৰ আৰু গাঁৱৰ পার্থক্য বর্ণনা কৰা।
উত্তৰঃ-

48. মোগলৰ দিনৰ নগৰীয়া জীৱনৰ এখন ছবি দাঙি ধৰা।
উত্তৰঃ-

49. ঔপনিৱেশিক কালত বণিকসকলৰ লগত ইউৰোপীয়সকলৰ সম্পর্ক কেনে আছিল?
অথবা
ঔপনিৱেশিক কালত ভাৰতীয় বণিকসকলৰ তুলনাত ইউৰোপীয় সদাগৰসকলৰ লগত সম্পর্ক কেনে আছিল?

উত্তৰঃ-  

50. 
মাদ্ৰাজৰ পূর্ব নাম কি আছিল? কোন চনত চহৰখন প্রতিষ্ঠা কৰা হৈছিল? কিহৰ কাৰণে এই চহৰখন প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ- বর্তমানৰ চেন্নাইখনক আদিতে চেন্ট জর্জ হিচাপে জনা গৈছিল। 

১৬৩৯ খ্রীঃত ইংৰাজসকলে এই চহৰখন প্রতিষ্ঠা কৰিছিল। 

এই নগৰখন প্রতিষ্ঠা কৰাৰ কাৰণবোৰ হ'ল — 

(i) এই নগৰখন সাগৰৰ উপকূলত অৱস্থিত। 

(ii) শ্রীলংকাত উপনিৱেশ প্রতিষ্ঠাৰ কাৰণে মাদ্রাজখন ইংৰাজসকলে ঘাটি হিচাপে ব্যৱহাৰৰ উপযোগী হ'ব বলিুলি ধাৰণা কৰিছিল। 

(iii) যোগাযোগ ব্যৱস্থাৰ কাৰণে ও মাদ্রাজখন অতি উপযোগী আছিল।


51. ঔপনিবেশিক কালত ভাৰতৰ প্ৰধান চহৰসমূহ কেনেকৈ গঢ় লৈছিল?
উত্তৰঃ-

52. ঔপনিৱেশিক কালত চহৰবোৰৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ-

53. ঊনবিংশ শতিকাত ব্ৰিটিছসকলক কি কি বিবেচনাই ভাৰতত নগৰ পৰিকল্পনাত প্ৰভাৱ পেলাইছিল? 

উত্তৰঃ- ঊনবিংশ শতিকাত ভাৰতৰ নগৰীকৰণৰ দিশত এক নতুন জাগৰণে দেখা দিছিল। কাৰণ মোগলৰ দিনত গঢ়ি উঠা নগৰবো ৰৰ গুৰত্বু কমি অহা দেখা গৈছিল। ইয়াৰ বিপৰীতে ৰাজনৈতিক লাভালাভৰ ওপৰত গুৰত্বু দি ইংৰাজসকলে ভাৰতত ৰাজনৈতিক আধিপত্য প্রতিষ্ঠাৰ পিছত কলিকতা, মাদ্রাজ আৰু বোম্বেক বদৰ নগৰী হিচাপে গঢ়ি তোলে। লাহে লাহে এই তিনি নগৰীয়ে ইংৰাজৰ ৰাজনৈতিক আৰু প্রশাসনিক কেন্দ্ৰৰপেূপে গুৰত্বু লাভ কৰে। অতি কম সময়ৰ ভিতৰত এই তিনি নগৰী মহানগৰীলৈ ৰপূান্তৰিত হয়। ৰাজনৈতিক কাম– কাজ বদ্ধিৃদ্ধিৰ লগে লগে এই তিনি মহানগৰীত দ্রুত হাৰত জনসংখ্যা বাঢ়িবলৈ আৰম্ভ হয়। এনে অৱস্থাৰ পৰিপেক্ষিতত ইংৰাজে এই মহানগৰীবোৰ সুচাৰৰুপেূপে পৰি চালনা কৰাৰ কাৰণে আৰুতেওঁলোকৰ স্বাৰ্থ আৰু নিৰাপত্তা যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে নগৰ পৰিকল্পনা হাতত লয়। এই পৰি কল্পনা অনসুৰি নগৰবোৰ নিয়মীয়াকৈ জৰীপ কৰি পৰি সংখ্যাৰ তথ্য যুগুত কৰা হৈছিল। প্রতি বেদনো প্রকাশ কৰা হৈছিল। নগৰ প্ৰশাসনৰ কাৰণে নাগৰি কৰ পৰা পৌৰ কৰ সংগ্ৰহ কৰিছিল। স্থানীয় লোকৰ সৈতে সংঘর্ষ এৰাই চলাৰ কাৰণে স্থানীয় শাসনত ভাৰতীয় নির্বাচিত প্রতিনিধি ৰখাৰ নিয়ম কৰে আৰু নির্দিষ্ট দায়িত্ব অর্পণ কৰা হৈছে।


54. ঔপনিবেশিক বন্দৰ নগৰসমহূ নৱ-অর্থনৈতিক মুখ্যকেন্দ্ৰলৈ কিদৰে ৰূপান্তৰিত হৈছিল? 

উত্তৰঃ- ইংৰাজসকল আৰুইউৰোপৰ কেবাটাও বাণিজ্যিক জাতিয়ে সাগৰীয় পথেৰে ভাৰতৰ সাগৰীয় বন্দৰ নগৰবোৰত খোপনি পুতিছিল। এইনগৰবোৰৰ ভিতৰত মাদ্রাজ, বোম্বে আৰু কলিকতাৰ মহানগৰীত প্রথমে নগৰীকৰণৰ প্রচেষ্টা আৰম্ভ হৈছিল। এই ঔপনিবেশিক নগৰবোৰত ৰপ্তানিৰ বাবে সংগ্রহ কেন্দ্ৰ আৰম্ভ কৰা হৈছিল। এই নগৰকে ইখন সাগৰৰ পাৰত অৱস্থিত হোৱা বাবে সাগৰীয় পথে ৰে কেঁচা সামগ্ৰীসমহূ বিশেষকৈ, বস্ত্রশিল্পৰ বাবে কপাহ, চামৰা আৰুঅন্যান্য বহুতো সামগ্রীৰ সংগ্ৰহ কৰি বিদেশলৈ পঠাবলৈ আৰম্ভ কৰে। ১৮৫৩ চনৰ পৰা পৰিবহনৰ নতুন ৰেলগাড়ী চলাবলৈ আৰম্ভ কৰাত প্রধান নগৰবোৰত ৰেলেৰে সৰুসৰু নগৰৰ পৰা সাগৰৰ পাৰৰ বন্দৰলৈ কেঁচা সামগ্ৰীৰ চলাচল হ'বলৈ ধৰে, বোম্বে, মাদ্রাজলৈ আৰু কলিকতালৈ চাৰি ওফালৰ পৰা ৰেলেৰে সামগ্ৰী কঢ়িয়াবলৈ ধৰা নানা ঠাই নগৰ চহৰৰ লগতে ব্যৱসায় বাণিজ্য গঢ়ি উঠিবলৈ ধৰে, মানুহৰ বসতি ক্রমান্বয়ে বদ্ধিৃদ্ধি পাবলৈ ধৰে। ৰেলৱে কলনি গঢ়ি উঠে, বজাৰ-সমাৰ গঢ়ি উঠে। এইদৰে সাগৰীয় পাৰৰ বৰবোৰত নতুন অর্থনৈতিক উন্নয়নে ভাৰতৰ সকলোতে নগৰ-চহৰ গঢ়ি উঠিবলৈ ধৰে। ভাৰতীয় উদ্যোগপতি আৰু সদাগৰসকলে কেনেকৈ ঔপনিবেশিক চহৰ প্রতিষ্ঠা কৰিছিল আলোচনা কৰা।

উত্তৰঃ- ইংৰাজসকলৰ উপৰি ভাৰতীয় সদাগৰ আৰু উদ্যোগপতি সকলেও নিজা ববীয়াকৈ চহৰ প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা কৰিছিল। তেওঁলোকে মাদ্রাজ, বোম্বে আৰু কলিকতা মহানগৰীত এনে চহৰ বা নিয়ন্ত্রণাধীন অঞ্চল গঢ়ি তুলিছিল। এইক্ষেত্ৰত তেওঁলোকে কোম্পানীৰ এজেন্টসকলৰ লগত সম্পর্ক ৰক্ষা কৰি চলিছিল, কোম্পানীৰ সহায়ত ভাৰতীয় সদাগৰসকলে এই মখ্যু তিনি চহৰৰ বিভিন্ন স্থানত হোটেল, থকা আৰু খোৱাৰ কাৰণে গৃহ আদি নির্মাণ কৰিছিল। তদপুৰি তেওঁলোকে নিজা উদ্যোগত যোগাযোগ ব্যৱস্থা হাতত লৈছিল। ইয়াৰ জৰিয়তে ভাৰতীয় সদাগৰসকলে বাহিৰা দেশৰ লগত যোগাযোগ ৰক্ষা কৰি আহিছিল। 

পিছলৈ বোম্বে মহানগৰীখন চীনৰ লগত কানি বা আফিং ব্যৱসায়ৰ ক্ষেত্ৰত প্রধান কেন্দ্রস্থল হিচাপে গঢ়ি তুলিছিল। ভাৰতীয় উদ্যোগপতিসকলে ৰাজস্থান আৰু মালয় অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা বোম্বেলৈ আফিং সৰবৰাহ কৰিছিল। এই আফিংবোৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত তেওঁলো কে উট, ঘোড়া আৰু পৰিবহণ ব্যৱস্থাৰ সহায় লৈছিল। ভাৰতীয় উদ্যোগপতিসকলে নানা ধৰণৰ বস্ত্র আমদানি আৰু ৰপ্তানি কৰাৰ ক্ষেত্ৰত মধ্যস্থতা কাৰী হিচাপে নিজকে নিয়াোগ কৰি বহুতো ধন সংগ্রহ কৰিছিল। উল্লেখযাোগ্য যে কানিৰ গোপন ব্যৱসায়ৰ লগত ভাৰতীয়সকলৰ উপৰি বহুতো কোম্পানীৰ লোকে অবৈধভাৱে যোগাযোগ ৰাখি নিজকে চহকী কৰিছিল। কাৰণ কানি এবিধ অতি আপুৰুগীয়া আৰু অতি মূল্যবান পণ্য হিচাপে বিবেচিত হৈছিল। এই কানিবোৰ গোপনে চীন দেশলৈ চালান দিয়া কামত বহুতো ভাৰতীয় আৰু ইংৰাজ লোক গোপনে জড়িত হৈ পৰিছিল। এনে দৰে গোপন ব্যৱসায়ৰ লগত জড়িত হৈ সংগ্রহ কৰা ধনেৰে তেওঁলোকে নগৰবোৰত অট্টালিকাবোৰ নির্মাণ কৰিছিল। 

ইংলেণ্ডত আৰম্ভ হোৱা শিল্পবিপ্লৱৰ ফলত তাত উৎপাদিত হোৱা সামগ্ৰীৰে ভাৰতত ৰজাৰবোৰ ভৰি পৰে। ফলত ভাৰতীয় উদ্যোগপতি আৰু সদাগৰ সকলে ইংলেণ্ডৰ পৰা সামগ্রী সৰবৰাহ কৰা ব্যৱসায়তো জড়িত হৈ পৰিছিল। 

পোন প্রথমে ভাৰতত ডেলহাউচি য়ে ১৮৫৩ চনত বোম্বে আৰু মাদ্ৰাজৰ মাজত ৰে'ল যোগাযোগ ব্যৱস্থা স্থাপন কৰে। কম খৰচত বয়-বস্তু সৰবৰাহ কৰা কামত ভাৰতীয়। উদ্যোগপতিসকল জড়িত হৈ পৰে। উদ্যোগপতি সকলৰ প্ৰচেষ্টাত নগৰসমহূত নানা ধৰণৰ কল-কাৰখানা প্রতিষ্ঠা হয়। উদ্যোগ আৰু বাণিজ্যৰ প্ৰসাৰৰ ফলত ভাৰতীয় বাৱস্যয়ী আৰু উদ্যোগপতি সকলে আর্থি কভাৱে সবল হৈ পৰিছিল। 


History syllabus of HS Second Year 

1. HISTORY CHAPTER 1 হৰাপ্পা সভ্যতা । HARAPPA CIVILIZATION

2. HISTORY CHAPTER 2 ৰজা কৃষক আৰু নগৰসমূহ । KINGS, FARMERS AND TOWNS

3. HISTORY CHAPTER 3 জাতি, বৰ্ণ আৰু শ্ৰেণী- প্ৰাচীন সমাজ । KINGSHIP, CASTE & CLASS

4. HISTORY CHAPTER 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য । THINKERS, BELIEFS & BUILDINGS

5. HISTORY CHAPTER 5 সংক্ষিপ্ত অসমৰ ইতিহাস । A Brief History of Assam.

6. HISTORY CHAPTER 6 মধ্যযুগৰ ভাৰত পৰ্যটকৰ দৃষ্টিভংগীৰে । Through The eye of  Traveler.

7. HISTORY CHAPTER 7 ভক্তি চুফি পৰম্পৰা । BHAKTI SUFI TRADITIONS

8. HISTORY CHAPTER 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ । AN IMPERIAL CAPITAL VIJAYANAGAR

9. CLASS 12 HISORY CHAPTER 9 কৃষকসকল জমিদাৰসকল আৰু ৰাষ্ট্ৰ । PEASANTS ZAMINDARS AND THE STATE

10. CLASS 12 HISTORY CHAPTER 10 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ । KINGS & CHRONICLES, MUGHAL COURTS

11. CLASS 12 HISTORY CHAPTER 11 উপনিবেশবাদ আৰু গ্ৰামাঞ্চল । COLONIALISM AND THE COUNTRY SIDE

12. Class 12 History Chapter 12 ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী । 1857 Revolt & its Representations

13. Class 12 History Chapter 13 ঔপনিৱেশৰ কালৰ ভাৰতীয় নগৰ । Colonial Cities Urbanization, Planning & Architecture

14. Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন । Mahatma Gandhi & the nationalist movement

15. Class 12 History Chapter 15 বিভাজনবোধ ৰাজনীতি, স্মৃতি, অভিজ্ঞাতাবোৰ । Understanding Partition Politics, Memories, Experiences

16. Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন । Framing the constitution

17. SOLVED QUESTION PAPER OF HISTORY HS 2ND YEAR 2022.


Mr. Jugajit Bora,
Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »