-->

প্ৰকল্প । Hypothesis in Assamese

AHSEC Solution for Class 12 Logic & Philosophy  প্ৰকল্প । Hypothesis. All the important questions answers are discussed in this article.

প্ৰকল্প

Hypothesis

 

Class 12 Logic & Philosophy  প্ৰকল্প । Hypothesis ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Logic & Philosophy  প্ৰকল্প । Hypothesis has been discussed in systematic way. There are approximately important 33 questions answers in this article.

1. প্ৰকল্প কি?
উত্তৰঃ- প্ৰকল্প এটা আনুমানিক ধাৰণা।

2. প্ৰত্যেক প্ৰকল্পত নিগমনৰ স্তৰ নিহিত হৈ থাকেনে?
উত্তৰঃ- থাকে

3. "প্ৰকল্পৰ বিষয় বাস্তৱ কাৰণ বা অস্তিত্বশীল কাৰণ হ'ব লাগিব" এইটো সঁচানে?
উত্তৰঃ- সঁচা

4. প্রকল্পৰ উত্‍পত্তিৰ মূল কাৰণ কি?
উত্তৰঃ- কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰা।

5. প্ৰকল্পৰ বৈজ্ঞানিক আগমনৰ প্ৰথম স্তৰ হয়নে?
উত্তৰঃ- হয়

6. বিষয় অনুসৰি প্ৰকল্পই কিমান বিভিন্ন প্ৰকাৰ ধাৰণ কৰে?
উত্তৰঃ- তিনি প্ৰকাৰ

7. প্ৰকল্পৰ এটা স্তৰৰ নাম লিখা।
উত্তৰঃ- প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ।

8. প্ৰকল্পৰ বাবে প্ৰমাণীকৰণ দৰকাৰি নে?
উত্তৰঃ- হয়।

9. প্ৰত্যেকটো প্ৰকল্পত নিৰীক্ষণ জড়িত হৈ আছেনে? [2016]
উত্তৰঃ- আছে।

10. প্ৰকল্পৰ ভৱিষ্যত্‍বাণী কৰিব পৰা ক্ষমতা আছেনে?
উত্তৰঃ- আছে।

11. প্ৰকল্পৰ প্ৰমাণীকৰণ কেই প্ৰকাৰৰ?
উত্তৰঃ- দুই প্ৰকাৰৰ।

12. প্ৰকল্পৰ প্ৰমাণীকৰণ কেইপ্ৰকাৰ আৰু কি কি? [2019]
উত্তৰঃ- দুই প্ৰকাৰ- (ক) পৰীক্ষণ আৰু (খ) নিৰীক্ষণ

13. বৈধ প্ৰকল্প যিকোনো দুটা চৰ্ত উল্লেখ কৰা। [2020]
উত্তৰঃ- সত্যপনীয়তা আৰু প্ৰাসংগিক।

14. মিলৰ মতে আগমনৰ মূল্য প্রতিপাদ্য বিষয়বস্তু কি?
উত্তৰঃ- আৱিস্কাৰ।

15. তলত দিয়া উক্তিবোৰৰ কোনটো শুদ্ধ?
ক) প্রকল্প হ'ল বৈজ্ঞানিক অনুসন্ধানৰ শেষ স্তৰ।
খ) প্রকল্পই নিৰীক্ষণ আৰু পৰীক্ষণ অসম্ভৱ কৰি তোলে।
গ) প্ৰকল্পৰ ঘটনাৰ ব্যাখ্যাৰ সহায়ক।

উত্তৰঃ- খ) প্রকল্পই নিৰীক্ষণ আৰু পৰীক্ষণ অসম্ভৱ কৰি তোলে।

16. প্ৰকল্পৰ স্তৰ কেইটা?
উত্তৰঃ- চাৰিটা।

17. প্ৰকল্পৰ বিভিন্ন প্রকাৰবোৰ কি কি? [2012]
উত্তৰঃ- ক)কর্তাসম্পকীয় প্রকল্প,
খ) নিয়ম সম্পর্কীয় প্রকল্প,
গ) পাৰিপাৰ্শ্বিক সংস্থিতি বিষয়ক প্রকল্প।

18. প্ৰকল্পৰ বিষয়বস্তু এটা বাস্তৱ কাৰণ বা .......... হ'ব লাগিব।
উত্তৰঃ- অস্তিত্বশীল কাৰণ।

19. ষ্টেবিঙৰ মতে প্ৰকল্পৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?
উত্তৰঃ- ক) ব্যাখ্যামূলক প্রকল্প,
খ) বর্ণনামূলক প্রকল্প,
গ) সাদৃশ্যমূলক প্রকল্প।

20. ''প্রকল্প হ'ল এটা উদ্দেশ্যমূলক আনুমানিক ধাৰণা, ঘটনাৰ অৱিস্কাৰৰ প্রথম স্তৰ'' -কথাষাৰ গ্ৰহণ কৰা নে? [2012]
উত্তৰঃ- কৰোঁ।

21. অস্তিত্বশীল কাৰণৰ অর্থ কি?
উত্তৰঃ- ইয়াৰ অৰ্থ হৈছে— যাৰ অস্তিত্ব স্বীকাৰ কৰাটো যুক্তিসংগত আৰু যাৰ অস্তিত্ব স্বীকৃতি আত্মবিৰোধী নহয়।

22. ভৱিষ্যৎবাণী কৰাৰ ক্ষমতা বৈধ প্ৰকল্পৰ এটা ........।
উত্তৰঃ- চর্ত।

23. ''বিজুলী এক প্ৰকাৰ তৰল পদার্থ''-ই কোন প্রকাৰৰ প্ৰকল্পৰ উদাহৰণ?
উত্তৰঃ- কার্যকৰী প্রকল্প।

24. আধুনিক কালৰ কোনজন চিন্তাবিদৰ মতে প্রকল্প তিনি প্ৰকাৰৰ?
উত্তৰঃ- ষ্টেবিঙৰ মতে।

25. কর্তা সম্পৰ্কীয় প্রকল্পৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ- ঘটনাৰ সত্যতা নিৰূপণ কৰিবলৈ কর্তা সম্পর্কে অর্থাৎ কাৰ দ্বাৰা কার্য সম্পাদন হ'ল জানিবলৈ কৰা প্ৰাৰম্ভিক ধাৰণাই কর্তা সম্পর্কীয় প্রকল্প।

26. মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ প্ৰথম স্তৰটো কি? [2019]
উত্তৰঃ- প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ।

27. কি প্ৰকল্পৰ সহায়ত নেপচুন গ্রহ আৱিস্কাৰ হৈছিল? [2020]
উত্তৰঃ- ব্যাখ্যামূলক প্ৰকল্প।

28. নিয়ম বিষয়ক প্ৰকল্পৰ এটা উদাহৰণ দিয়া? [2020]
উত্তৰঃ- নিউটনে মাধ্যাকর্ষণ শক্তি আৱিস্কাৰ কৰিছিল।

29. প্রকল্পৰ প্ৰমাণীকৰণ কেইপ্ৰকাৰ আৰু কি কি? [2019]
উত্তৰঃ- দুই প্রকাৰ— (ক) পৰীক্ষণ আৰু (খ) নিৰীক্ষণ।

30. বৈধ প্রকল্প যিকোনো দুটা চর্ত উল্লেখ কৰা। [2020]
উত্তৰঃ- সত্যপনীয়তা আৰু প্ৰাসংগিক।

31. সাদৃশ্যমূলক প্ৰকল্প কাক বোলে?
উত্তৰঃ- কোনো এক ঘটনা শ্ৰেণীৰ ক্ষেত্ৰত যিটো সত্য হয়, আন এক শ্ৰেণীৰ ক্ষেত্ৰত সেইটো সত্য হ'ব যদি হে দুয়োটা শ্ৰেণীৰে কিছুমান নির্দিষ্ট আৰু সাধাৰণ আকাৰত মিল থাকে বুলি গঠন কৰা প্রকল্পই সাদৃশ্যমূহক প্রকল্প।



 Syllabus of Class 12 Logic & Philosophy

1. আগমন আৰু ইয়াৰ প্ৰকাৰ । Induction & its kinds 

2.1 আগমনৰ ভিত্তি । Grounds of Induction

2.2 কাৰ্য-কাৰণ বিধি । THE LAW OF CAUSATION

2.3 আগমনৰ বস্তুগত ভিত্তি । MATERIAL GROUNDS OF INDUCTION

3. প্ৰকল্প । HYPOTHESIS

4. মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি । MILL'S METHODS OF EXPERIMENTAL ENQUIRY

5. ভাৱবাদ । IDEALISM IN ASSAMESE

6. বাস্তৱবাদ । REALISM IN ASSAMESE

7. নীতিশাস্ত্র । ETHICS IN ASSAMESE

8. ধৰ্ম: ইয়াৰ অৰ্থ আৰু প্ৰকৃতি । RELIGION: ITS MEANING AND NATURE

9. পুৰুষাৰ্থ — তৰ্কবিজ্ঞান আৰু দৰ্শন

10. Solved Question paper of Logic & Philosophy


K. VORODWAS (Mob. 9864965189, 9706461349)
Co-ordinator,
PRAGATI COACHING CENTRE
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.

Previous
Next Post »