-->

কৃত্‍ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কি? । Krit Pratyay and Taddhit pratyay

 

কৃত্‍ প্ৰত্যয় আৰু তদ্ধিত্‍ প্ৰত্যয় কাক বোলে? । What is Krit Pratyay and Taddhit pratyay? Explain with example.

উত্তৰঃ- কৃত্‍ প্ৰত্যয় [Krit Pratyay]:- যিবোৰ প্ৰত্যয় ধাতুৰ পিছত যোগ হৈ নতুন-নতুন শব্দ সাধন কৰে, সেইবোৰ প্ৰত্যয়কে কৃত্‍ প্ৰত্যয় বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা কৃত্‍ প্ৰত্যয় কেইটামানৰ উদাহৰণ তলত দাঙি ধৰা হ'ল।
(ক) -অক্—মৰ+অক-মৰক।
(খ) -অতি—খজুৱা+অতি-খজুৱতি।
(গ) -অন—জান+অনি-জাননি।
(ঘ) -অনী—দা-অনী-দাৱনী।
        তদ্ধিত্‍ প্ৰত্যয় [Taddhit pratyay]:- বিশেষ অৰ্থ বুজাবৰ নিমিত্তে বিশেষ্য আদি শব্দৰ পাছত যিবিলাক প্ৰত্যয় যোগ দি নতুন শব্দ সাধন কৰা হয়, সেইবিলাক প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে।
তদ্বিত প্ৰত্যয়ৰ উদাহৰণ তলত দাঙি ধৰা হ'ল-
(ক) -ই—খেত্+ই= খেতি
(খ) -আ—পেহ+আ=পেহা
(গ) -অক্—খেতি+অক= খেতিয়ক
(ঘ) -অনি—ধান+অনি= ধাননি

HS Second year Assamese Grammar । অসমীয়া ব্যাকৰণ

1. অসমীয়াত প্ৰত্যয় শব্দ । Assamese suffix words

2. অসমীয়াত প্ৰত্যয় । Pratyay in Assamese

3. অসমীয়াত বাক্য ৰচনা কৰা । Make sentence in Assamese fully solved

4. অসমীয়া বাক্য ৰচনা । Make sentence in Assamese Pt-2

5. বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words

6. অসমীয়া জতুৱা খণ্ডবাক্য | Jatuwa Word in Assamese । Phrase & Idioms

7. অসমীয়াত প্ৰত্যয় মানে কি?

8. কৃত্‍ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কি?

9. পুৰুষবাচক প্ৰত্যয় কি?

10. স্ত্ৰী প্ৰত্যয় কি?

11. নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কি?

12. বিভক্তি কাক বোলে?

13. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি

14. অসমীয়া ৰচনা । ASSAMESE ESSAY

15. অসমীয়া ৰচনা । ASSAMESE ESSAY 2


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY

Previous
Next Post »