কৃত্ প্ৰত্যয় আৰু তদ্ধিত্ প্ৰত্যয় কাক বোলে? । What is Krit Pratyay and Taddhit pratyay? Explain with example.
উত্তৰঃ- কৃত্ প্ৰত্যয় [Krit Pratyay]:- যিবোৰ প্ৰত্যয় ধাতুৰ পিছত যোগ হৈ নতুন-নতুন শব্দ সাধন কৰে, সেইবোৰ প্ৰত্যয়কে কৃত্ প্ৰত্যয় বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা কৃত্ প্ৰত্যয় কেইটামানৰ উদাহৰণ তলত দাঙি ধৰা হ'ল।(ক) -অক্—মৰ+অক-মৰক।
(খ) -অতি—খজুৱা+অতি-খজুৱতি।
(গ) -অন—জান+অনি-জাননি।
(ঘ) -অনী—দা-অনী-দাৱনী।
তদ্ধিত্ প্ৰত্যয় [Taddhit pratyay]:- বিশেষ অৰ্থ বুজাবৰ নিমিত্তে বিশেষ্য আদি শব্দৰ পাছত যিবিলাক প্ৰত্যয় যোগ দি নতুন শব্দ সাধন কৰা হয়, সেইবিলাক প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে।
তদ্বিত প্ৰত্যয়ৰ উদাহৰণ তলত দাঙি ধৰা হ'ল-
(ক) -ই—খেত্+ই= খেতি
(খ) -আ—পেহ+আ=পেহা
(গ) -অক্—খেতি+অক= খেতিয়ক
(ঘ) -অনি—ধান+অনি= ধাননি
HS Second year Assamese Grammar । অসমীয়া ব্যাকৰণ
1. অসমীয়াত প্ৰত্যয় শব্দ । Assamese suffix words
2. অসমীয়াত প্ৰত্যয় । Pratyay in Assamese
3. অসমীয়াত বাক্য ৰচনা কৰা । Make sentence in Assamese fully solved
4. অসমীয়া বাক্য ৰচনা । Make sentence in Assamese Pt-2
5. বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words
6. অসমীয়া জতুৱা খণ্ডবাক্য | Jatuwa Word in Assamese । Phrase & Idioms
8. কৃত্ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কি?
11. নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কি?
13. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি
14. অসমীয়া ৰচনা । ASSAMESE ESSAY
15. অসমীয়া ৰচনা । ASSAMESE ESSAY 2
Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY
ConversionConversion EmoticonEmoticon