-->

নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কি? । What is Nirdistotabachok pratyay?

 

নিৰ্দিষ্টবাচক প্ৰত্যয়


নিৰ্দিষ্টবাচক প্ৰত্যয় মানে কি? অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কেইটিমান উদাহৰণ দিয়া। [What is meant by Nirdistotabachak pratyay? Give an example of Nirdistotabachak pratyay in Assamese]
উত্তৰঃ-কোনো বস্তু বা বিষয় আদিক নিৰ্দিষ্ট্যকৈ বুজাৱলৈ অসমীয়া ভাষাত কিছুমান প্ৰত্যয় ব্যৱহাৰ কৰা হয়। এইবোৰ প্ৰত্যয়কে নিৰ্দিষ্ট্যতাবাচক প্ৰত্যয় বোলে। এই প্ৰত্যয়বোৰ বিশেষ্য, বিশেষণ আৰু সংখ্যাবাচক শব্দৰ উপৰি দ্বিতীয় পুৰুষৰ বাহিৰে আন কিছুমান সৰ্বনামৰ পিছতো যোগ হয়।
অসমীয়া ভাষাৰ নিৰ্দিষ্ট্যবাচক প্ৰত্যয় কিছুমান উদাহৰণ তলত দাঙি ধৰা হ'ল [Some example of Nirdistotabachak pratyay in Assamese]
(ক) -আখি=কলআখি।
(খ) -কণ=ল'ৰাকণ।
(গ) -কুৰা=জুইকুৰা।
(ঘ) -খিলা=কাগজখিলা।

অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              














Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY

Previous
Next Post »