-->

সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি । Purushbachak Bibhokti of sambandhabachak Bisheshya

 


সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি কাক বোলে? অসমীয়া ভাষাত এই বিভক্তিবোৰৰ প্ৰয়োগ দেখুওৱা। । What is Called Purushbachak Bibhokti of sambandhabachak Bisheshya? Write down the uses of this Bibhokti in Assamese.
        HS-2018


উত্তৰঃ-অসমীয়া ভাষাৰ সম্বন্ধবাচক বিশেষ্য শব্দৰ পিছত পুৰুষ অনুযায়ী নিৰ্দিষ্ট বিভক্তি কিছুমান যোগ হয়, এইবোৰই সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি। অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যৰ পাছত যোগ হোৱা বা পুৰুষবাচক বিভক্তিবোৰ হ'ল ৰা (এৰা), ৰ(অৰ), ক(অক)

প্ৰথম পুৰুষত কোনো বিভক্তি যোগ নহয় বাবে তাত ০ (শূন্য) বিভক্তি যোগ হোৱা বুলি ধৰা হয়।
দ্বিতীয় পুৰুষত তোমাৰ দেউতাৰা (মান্যৰূপ)- ৰা
                        তোৰ দেউতাৰ (তুচ্ছৰূপ)-ৰ
তৃতীয় পুৰুষত তাৰ দেউতাক (তুচ্ছ ৰূপ)-ক
                          তেওঁলোকৰ দেউতাক (মান্যৰূপ)-ক

Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, contact us (whatsapp no 7020477396)
Previous
Next Post »