-->

লাউ খাৱাৰ পাৰে । Lau khawar pare

লাউ খাৱাৰ পাৰে
Lau khawar pare


 

লাউ খাৱাৰ পাৰে কি পাৰে

মাও তোৰ কেওৰা বা কেষ্টিৰ ফুল

 

তোৰ বাবা সনে আইনচে কি আইনচে

মাও তোৰ ভেংৰা বা চায়া পাতৰ ২

মুই ভেংৰাৰ ভিতি দেখং কি দেখং

মাও মুই হাসং বা মনে মনে

মা মুই কান্দং বা চিতে চিতে

ও তোৰ দাদায় সনে আইনচে

মাও তোৰ কানা বা চায়া পাতৰ

মুই কানাৰ ভিতি দেখং কি দেখং

মাও মুই হাসং বা মনে মনে

মাও মুই কান্দং বা চিতে চিতে

ও তোৰ চাচায় সনে আইনচে কি আইনচে

মাও তোৰ ট্যাৰা বা চায়া পাতৰ

মুই ট্যাৰাৰ ভিতি দেখং কি দেখং

মাও মুই হাসং বা মনে মনে

মা মুই কান্দং বা চিতে চিতে

লাউ খাৱাৰ পাৰে কি পাৰে

মাও মোৰ কেওৰা বা কেষ্টিৰ ফুল


প্ৰতিমা বৰুৱা পান্ডে

Pratima Barua Pandey

Previous
Next Post »