কমলা সুন্দৰী । Kamala sundari
নাচিতে নাচিতে কমলা সুন্দৰী
হালিয়া ঢুলিয়া পৰে ৰে
আৰে ভাল কৰিয়া বাজাওৰে দোতোৰা
কমলা সুন্দৰী নাছে।
কমলা সুন্দৰীৰ নাছোন দেখিয়া
হালোৱা হালো ছাৰেৰে
কমলা সুন্দৰীৰ নাকেৰ নল
ৰইদে ঝিল মিল কৰেৰে
কমলা সুন্দৰীৰ নাকেৰ নল
ৰইদে ঝিল মিল কৰেৰে
এ বাৰী হাতে ও বাৰী যাইতে
ঘাটায় ছিপ ছিপ পানী
এ বাৰী হাতে ও বাৰী যাইতে
ঘাটায় ছিপ ছিপ পানী
বৰেৰ ভিজিল জামা জোতা
কইনাৰ ভিডিল শাৰী ৰে
আৰে গাভৰেৰ ভিজিল জামা জোতা
কইনাৰ ভিডিল শাৰী ৰে
কমলা সুন্দৰীৰ সীতেৰ সেন্দুৰ
ঝলমল ঝলমল কৰেৰে
কমলা সুন্দৰীৰ পায়েৰ নেপুৰ
হাটিয়া য়াইতে বাজেৰে
ভাল কৰিয়া বাজানৰে ধাকোৱা
কমলা সুন্দৰী নাছে
কমলা সুন্দৰীৰ পেন্দনেৰ শাৰী
ৰইদে ঝল মল কৰেৰে
নাছিতে নাছিতে কমলা সুন্দৰী
হালিয়া হালিয়া পৰে ৰে
ও তুই ভাল কৰিয়া বাজানৰে দোতোৰা
কমলা সুন্দৰী নাছে।
কমলা সুন্দৰীৰ নাছোন দেখিয়া
হালোৱা হালো ছাৰেৰে
ভাল কৰিয়া বাজানৰে দোতোৰা
কমলা সুন্দৰী নাছে
কমলা সুন্দৰীৰ কানেৰ বালী
ৰইদে ঝিল মিল কৰেৰে
কমলা সুন্দৰীৰ কানেৰ বালী
ৰইদে ঝিল মিল কৰেৰে
এ বাৰী হাতে ও বাৰী যাইতে
ঘাটায় ছিপ ছিপ পানী
এ বাৰী হাতে ও বাৰী যাইতে
ঘাটায় ছিপ ছিপ পানী
বৰেৰ ভিজিল জামা জোতা
কইনাৰ ভিডিল শাৰী ৰে
আৰে গাভৰেৰ ভিজিল জামা জোতা
কইনাৰ ভিডিল শাৰী ৰে
কমলা সুন্দৰীৰ সীতেৰ সেন্দুৰ
ঝলমল ঝলমল কৰেৰে
কমলা সুন্দৰীৰ পায়েৰ নেপুৰ
হাটিয়া য়াইতে বাজেৰে
ভাল কৰিয়া বাজানৰে ধাকোৱা
কমলা সুন্দৰী নাছে
কমলা সুন্দৰীৰ পেন্দনেৰ শাৰী
ৰইদে ঝল মল কৰেৰে
নাছিতে নাছিতে কমলা সুন্দৰী
হালিয়া হালিয়া পৰে ৰে
ও তুই ভাল কৰিয়া বাজানৰে দোতোৰা
কমলা সুন্দৰী নাছে।
প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey
ConversionConversion EmoticonEmoticon