-->

সপোন সপোন | Xopun Xopun | Roi Roi Binale

সপোন সপোন | Xopun Xopun | Roi Roi Binale | Zubeen Garg


সপোন সপোন যেন

আজি মোৰে ভালপোৱাবোৰ

জিৰি জিৰি সপোন নামি আহে

আজি চকুতে মোৰ

সপোন সপোন যেন

আজি মোৰে ভালপোৱাবোৰ 

জিৰি জিৰি সপোন নামি আহে

আজি চকুতে মোৰ


এই প্ৰেমৰ বৰষাত উটি-ভাঁহি যাওঁ মই 

তোমাৰে বুকুত জীপাল হওঁ আজি মই 

সপোন সপোন যেন

আজি মোৰে ভালপোৱাবোৰ 

জিৰি জিৰি সপোন নামি আহে

আজি চকুতে মোৰ


নাচে বুকুতে আশা 

নেদেখা সপোন উতলা 

জীৱনযুৰি বিয়পা

গাই অন্য অন্য ভাষা

দিলোঁ মোৰ তোমাকে ছায়া 

মোৰ মন আৰু মোৰ কায়া

শৰীৰত মোৰ ভিতৰত

কিহৰে অন্ধ মায়া

সপোন সপোন যেন 

আজি মোৰে ভালপোৱাবোৰ 

জিৰি জিৰি সপোন নামি আহে

আজি চকুতে মোৰ


মোৰ সৰু সৰু ভাষা

আছে বহু বিষ বিয়পা 

নীলভ তোমাৰ চকুতে 

সিঁচি সিঁচি দিব পৰা

অশ্ৰু নিগৰা কথা

নক’বা মোক নক’বা 

লগে তোমাকে বুকুতে

নুবুজোঁ অন্য ভাষা


Audio Credits-

Lyrics: Zubeen Garg 

Music: Zubeen Garg 

Vocals: Zubeen Garg & Marami Sarma.

Previous
Next Post »