মোৰ মন | MUR MON | Roi Roi Binale | Zubeen Garg
মোৰ মন দুচকুত অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে
মোৰ মন মোৰ বুকুত লিখে একেই আখৰে
মোৰ মন মোৰ ছবি আঁকে একেই সাঁথৰে
মোৰ মন দুচকুত অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ আঁকেই একেথৰে
মোৰ আঁউসীৰ জোনে আজি পোহৰ বিচাৰে
মোৰ স্বপ্নভৰা গানে ওঁঠেৰে নিগৰে
মোৰ ডেউকাৰ ক'লা ৰং শুভ্র হ'ব খোজে
মোৰ কাজলী ৰাতি বর্ণিল হ'ব খোজে
মোৰ মন দুচকুত অসহায় অকলশৰে
মোৰ স্পৰ্শৰ বলাকাত বিচাৰা নিজৰ দৰে
মোৰ মন হয় পাথৰ খুন্দি খুন্দি ভিতৰে
মোৰ তীব্র কোলাহল ৰচে একেই সাঁথৰে
মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ
স্পৰ্শৰ বলাকাত বিচাৰা নিজৰ দৰে
মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ
স্পৰ্শ মোৰ আকাশ আছেই একেথৰে
English Lyrics :
Lonely and adrift through my mind and sight
My touch, unmoving and still, akin to my sky
The same script engraves both my heart and mind;
My thoughts and my portraits are carved by the same riddles
Lonely and adrift through my mind and sight
My touch, unmoving and still, akin to my sky
The new moon of my mind yearns for light
As dream-laden songs emanate from my lips
The dusk of my wings yearns to shine so bright,
The darkness of my night desires to bloom in hues of light
Lonely and adrift through my mind and sight
Find me drifting where touch and thought unwind
As my mind’s grown stone, silent and stark
Echoes awaken, from enigmas dark
Lonely and adrift through my mind and sight
Find me drifting where touch and thought unwind
Lonely and adrift through my mind and sight
My touch, unmoving and still, akin to my sky
Audio Credits:
Lyrics: Zubeen Garg
Music: Zubeen Garg
Vocal: Zubeen Garg & Sweety Das
Music Arrangement: Zubeen Garg
ConversionConversion EmoticonEmoticon