মনেৰ আয়না খুলিয়া । Moner aaina khuliya
মনেৰ আয়না খুলিয়া দেখিলে হয়
দেহেৰ কপাট খুলিয়া দেখিলে হয়
মনেৰ মানুষ কোটাই পাৱা যায়
যেমন শিংগী মাছেৰ কাঁটা বিন্ধিলে
বিষে অংগ জ্বলি যায়
মনেৰ মানুষ কোটাই পাৱা যায়
যেমন আন্ধাৰ ঘৰে সাপ সোন্দাইলে
সাৰা ৰাতি সাপেৰ ভয়
মনেৰ মানুষ কোটাই পাৱা যায়
যেমন মনেৰ মধ্যে ঘুণ ধৰিলে
সৰ্ব শৰীৰ ভাঙ্গি যায়
একবাৰ মনেৰ মানুষ কোটাই পাৱা যায়
মনেৰ মানুষ চলিয়া গেইলে
আৰতো ঘূৰিয়া আসিবাৰ নয়
মনেৰ মানুষ কোটাই পাৱা যায়
প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey
ConversionConversion EmoticonEmoticon