আজি ফান্দে পৰিল । Aaji fande paril
আজি ফান্দে পৰিল বগা কান্দেৰে
ফান্দ বসাইছে ফান্দী ও ভাইৰে
পুঠি মাছ দিয়া
আৰ মাছেৰ লোভে আসয়া বগা
পৰে উড়ান দিয়া ৰে
আজি ফান্দত পৰিয়া বগা কৰে হায় ৰে হায়
ওকি আহাৰে দাৰুণ বিধি সাথী ছাড়িয়া যায়ৰে
উৰিয়া যায়ৰে চকোৱাৰে পংখী
কয়া যায়ৰে ঠাৰে
আৰ তোমাৰ বগা বন্দী হইচে ধল্লা নদীৰ পাৰে ৰে
ফান্দত পৰিয়া বগা কৰে টানাটুনা হায় ৰে হায়
আহা ও কি কুৰকুৰা সূতা হলু লোহাৰ গুণাৰে
আজি ঐ কথা শুনিয়াৰে বগী
দুই পাখী মেলিল
আৰ ধল্লা নদীৰ পাৰে যায়া দৰ্শন দিলৰে
বগাক দেখি বগী কান্দে আৰ বগীক দেখি
বগী কান্দেৰে
আজি ফান্দে পৰিয়া বগা কান্দেৰে।
প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey
ConversionConversion EmoticonEmoticon