-->

গংগাধৰেৰ বাতায় বাতায় ৰে । Gangadhorer batai batai re

গংগাধৰেৰ বাতায় বাতায় ৰে
Gangadhorer batai batai re

 

গংগাধৰেৰ বাতায় বাতায় ৰে

ওৰে কাশিয়া থোশা থোশা

তাৰে তলে সোণাৰ বন্ধু বাজায় দোতোৰা ৰে

গংগাধৰেৰ বাতায় বাতায় ৰে

ওৰে নানান জাতেৰ ফুল

ছাড়িয়া দে মোৰ শাৰীৰ আঞ্চল

ঝাৰিয়া বান্দিম চুল ৰে

গংগাধৰেৰ বাতায় বাতায় ৰে

লাল গামছা ৰাংগা শাৰীৰে

ওৰে তাৰ মধ্যে ৰাংগা ডোৰ

আগেৰ মতো যাও বন্ধু

স্বোয়ামী আছে মোৰ ৰে

গংগাধৰেৰ বাতায় বাতায় ৰে

গৌৰীপুৰেৰ সৌখিন চেৰি ৰে

ওৰে নাইওৰ যাবাৰ চায়

স্বামীৰ সংগে পেখনা কৰে

ঢাকাই শাৰী চায় ৰে

গংগাধৰেৰ বাতায় বাতায় ৰে।


প্ৰতিমা বৰুৱা পান্ডে 

Pratima Barua Pandey

Newest
Previous
Next Post »