-->

প্ৰেম জানে না ৰসিক । Prem jane na rasik

প্ৰেম জানে না ৰসিক 
Prem jane na rasik


প্ৰেম জানে না ৰসিক কালাচান

ও মোৰ ঝুৰিয়া থাকে মন

কত দিনে বন্ধুৰ সংগে

হবে দৰিশন বন্ধুৰে

ও বন্ধু ৰে

তোমাৰ বাৰী আমাৰ বাৰী

যাৱা-আইসা অনেক দেৰী

যাব কি ৰব কি সগাই কৰেন মানা ৰে

হাটিয়া যাইতে নদীৰ পানী

খাকলাত কি খুকলুত

কি খালাউ খালাউ কৰে ৰে

হায় হায় প্ৰাণেৰ বন্ধুৰে

ও বন্ধু ৰে

তুই বন্ধু আসিবু বুলি

বসিয়া আছং কদম তলে

ভাদৰ মাসেৰ দেৱাৰ ঝৰি

টাপ্‌লাত কি টুপ্‌লুত

কি ঝমঝমেয়া পৰে ৰে

হায় হায় প্ৰাণেৰ বন্ধু ৰে

ও বন্ধু ৰে

একলা ঘৰত শুতিয়া থাকং

পালংকেৰ ওপৰে

মন মোৰ উৰাং-বাইৰাং কৰে

মন মোৰ আবিল-বিলবিল কৰে

কাইত ঘূৰিতে মৰাৰ পালং

কেৰ্‌ৰেত কি কুৰ্‌ৰুত

কি কাৰাউ কাৰাউ কৰে ৰে

হায় হায় প্ৰাণেৰ বন্ধুৰে।



প্ৰতিমা বৰুৱা পান্ডে
Pratima Barua Pandey
Previous
Next Post »

ConversionConversion EmoticonEmoticon

:)
:(
=(
^_^
:D
=D
=)D
|o|
@@,
;)
:-bd
:-d
:p
:ng