-->

ভেলোৱা কান্দিস কেনে । Velowa kandis kene

ভেলোৱা কান্দিস কেনে 
Velowa kandis kene


ওৰে ভেলোৱা কান্দিস কেনে

না কান্দিস না কান্দিস ৰে ভেলোৱা

    ৰাতি নিশা ওৰে কালে

তোৰ ভেলোৱাৰ কান্দোন শুনিয়া

    না ৰয় মন মোৰ ঘৰেৰে

    ভেলোৱা কান্দিস কেনে

তখনে না কইছং ৰে ভেলোৱা

    না যাইস শ্বশুৰবাড়ী

আৰে শ্বশুৰবাড়ী গেইলেৰে ভেলোৱা

    না দিবেৰে তোক ছাড়িৰে

    ভেলোৱা কান্দিস কেনে

ছোট ছোট পাখীৰে ভেলোৱা

    তাৰো আছে ৰে জোড়া

আৰে তোৰে মোৰে দাৰুণ বিধি

    নাই লেখেৰে আৰ জোড়াৰে

    ভেলোৱা কান্দিস কেনে

চাউলো দিলং ডাইলোৰে দিলং

    ৰান্দিয়া-বাড়িয়া খানো

চন্দনো পালঙেৰ বিছানাত

    শুইয়া নিন্দ্ৰা যানৰে

    ভেলোৱা কান্দিস কেনে

বালুচোৰা পঙ্খী কান্দে ভেলোৱা বালুতে পৰিয়া

ওৰে ভৰা যুৱতী নাৰী কান্দে

    পালঙেতে শুইয়াৰে

    ভেলোৱা কান্দিস কেনে।


প্ৰতিমা বৰুৱা পান্ডে

Pratima Barua Pandey

Previous
Next Post »