-->

হায়ৰে গৌৰাংগ ভৱতৰংগ ।Haire gourango bhovotorango

হায়ৰে গৌৰাংগ ভৱতৰংগ
Haire gourango bhovotorango

 

হায়ৰে গৌৰাংগ ভৱতৰংগ নদী

কেমনে হব পাৰ

নদী কেমনে হব পাৰ

এপাৰ থাকি ওপাৰ দেখা নাযায়

ওপাৰেৰ কিনাৰ ওৰে

হায়ৰে গৌৰাংগ

নদীৰ ধু ধু বালুচৰ

পাৰ হবাৰ আসিলুং ঘাটে

নাই ৰে ঘাটিয়াৰ ওৰে

হায়ৰে গৌৰাংগ

ও হায় দেখিয়া নদীৰ ঢেউ

মন কান্দে হাতাসে ৰে

সংগে নাই মোন কেউ ওৰে

হায়ৰে গৌৰাংগ

 

প্ৰতিমা বৰুৱা পান্ডে

Pratima Barua Pandey


ConversionConversion EmoticonEmoticon

:)
:(
=(
^_^
:D
=D
=)D
|o|
@@,
;)
:-bd
:-d
:p
:ng