সোণাৰ বৰণ পাখী । Sonar boron pakhi
by Zubeen Garg
সোণাৰ বৰণ পাখী ৰে তোৰ
হেঙুল বৰণ আঁখি...
সোণাৰ বৰণ পাখী ৰে তোৰ
হেঙুল বৰণ আঁখি...
দেশেৰ পাখী বিদেশে গেলো
মোকে দিয়া ফাকি ৰে
সোণাৰ বৰণ
ওৰে পাখী ৰে
সোণাৰ বৰণ
ওৰে পাখী ৰে
বাচ্চা হাতে পুষিলুং ৰে
দুধো ভাতো দিয়া
বাচ্চা হাতে পুষিলুং ৰে
দুধো ভাতো দিয়া
যাবাৰ কালে গেলো পাখী
বুকে শেলো দিয়া ৰে
সোণাৰ বৰণ
ওৰে পাখী ৰে
সোণাৰ বৰণ
ওৰে পাখী ৰে
চাউলো দিলুং, ডাইলো দিলুং
ৰান্ধি-বাৰি খাইও
চাউলো দিলুং, ডাইলো দিলুং
ৰান্ধি-বাৰি খাইও
আমাৰ হূদয় পালং মাজে
শুইয়া নিদ্ৰা যাইও ৰে
সোণাৰ বৰণ
ওৰে পাখী ৰে
সোণাৰ বৰণ
ওৰে পাখী ৰে
সোণাৰ বৰণ পাখী । Sonar
boron pakhi
প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey
(আজি) সোণাৰ বৰণ পাখী ৰে তোৰ
হেঙুল বৰণ আঁখি...
দেশেৰ পাখী দেশে গেলু
মোকে দিয়া ফাকি ৰে
সোণাৰ বৰণ পাখী ৰে
বাচ্চা হাতে পুষিলুং ৰে পাখী
দুধো ভাতো দিয়া
যাবাৰ কালে গেলু পাখী
বুকে শেলো দিয়া ৰে
সোণাৰ বৰণ পাখী ৰে
চাউলো দিলং, ডাইলৰে দিলং
ৰান্ধি-বাৰি খাইও
মোৰ হূদয় পালংক মাঝে
শুইয়া নিদ্ৰা যাইও ৰে
ঘৰ পোৰা যায়, ৰুৱা
ফোটে
ছাইনচা্ ভাঙি পৰে
সোণাৰ বৰণ পাখীৰ বাদে
মোৰ ঝুৰিছে অন্তৰ ৰে
উৰাং উৰাং কৰে ৰে পাখী
উৰিয়া যায়া পৰে
ওৰে কোন জন দৰদী হৈবে
পাখী ধৰিয়া দিবে মোকে ৰে
বৰ বাৰী বৰ ৰে ঘৰ
বৰই আছিল আশা
আৰ ৰাতি পোৱা গেইলে দেখং
পাখী ছাৰিল ভাসা।
ConversionConversion EmoticonEmoticon