-->

কত পাষাণ বান্দিছেন । Koto pashan bandichhen

কত পাষাণ বান্দিছেন । Koto pashan bandichhen

প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey

 

কত পাষাণ বান্দিছেন পতিৰ মনেতে

পাষাণ বান্দিছেন পতিৰ মনেতে

আৰ জেষ্ঠ মাসেৰ মিষ্টি ফল

আষাঢ় মাসেৰ নয়া জল ৰে

আৰ শাওণ মাসও গেল কন্যাৰ

    ভাবিতে আৰ ভাবিতে

পাষাণ বান্দিছেন পতিৰ মনেতে

ভাদ্ৰ মাসে আউলা কেশ

আশ্বিন মাসে বৰষাৰ শেষ ৰে

আৰ কাৰ্তিক মাসও গেল কন্যাৰ

    ভাবিতে আৰ চিন্তিতে

পাষাণ বান্দিছেন পতিৰ মনেতে

আঘোণ মাসেৰ পাকা ধান

পুষ মাসেৰ শীতেৰ বান

আৰ মাঘ মাসো গেল কন্যাৰ

    ভিজাইতে আৰ শুকাইতে

পাষাণ বান্দিছেন পতিৰ মনেতে

ফাগুণ মাসেৰ ত্ৰিগুণ জ্বালা

চৈত মাসেৰ বৰণ কালা

আৰ বৈশাখ মাসো গেল কন্যাৰ

    কান্দিতে আৰ কান্দিতে

পাষাণ বান্দিছেন পতিৰ মনেতে।

 

ConversionConversion EmoticonEmoticon

:)
:(
=(
^_^
:D
=D
=)D
|o|
@@,
;)
:-bd
:-d
:p
:ng