ঝিকো ঝিকো কৰিৰে
Jhiko jhiko korire
প্ৰতিমা বৰুৱা পান্ডে
Pratima Barua Pandey
ঝিকো ঝিকো কৰিৰে অঞ্চলে বান্দিয়া ৰে
যাও নীলমন গৌৰীপুৰেৰ হাটে
নীলমন নিলায়োনা
জোড়া কদমেৰ তলে বইসোৰে
নীলমন নিলায়োনো
যায়না আমাক দিবে ৰে
কমৰ ভৰা শাড়ীৰে
তাৰ কোঁচকে ঢালিয়া দিম কড়িৰে
নীলমন নিলায়োনো
যায় আমাক দিবে ৰে
কাণভৰা সোণা ৰে
তাৰ কোঁচড়ে ঢালিয়া দিম কড়িৰে
নীলমন নিলায়োনো
যায়না আমাক দিবে ৰে
কমৰভৰা শাড়ীৰে
তাৰ পালঙ্কে ঢালিয়া দিম মুই গাও ৰে
নীলমন নিলায়োনো।
ConversionConversion EmoticonEmoticon