-->

ও প্ৰাণ কোকিলাৰে । O pran kokilare

 ও প্ৰাণ কোকিলাৰে । O pran kokilare
প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey

 

ও প্ৰাণ কোকিলাৰে

একবাৰ আসিয়া, একবাৰ দেখা দিয়া

তোৰে জন্যে নাৰীৰ মন মোৰ, থাকে ঝুৰিয়া

ও প্ৰাণ কোকিলাৰে

যখন কোকিলা মুই জল আনং

তোৰ কোকিলেৰ আই মুই কান্দোন শোনং

জলেৰ কলস ঘাটত থুইয়া বসিয়া কান্দং

ও প্ৰাণ কোকিলাৰে

যখন কোকিলা মুই আইঙ্‌না সামটং

তোৰ কোকিলেৰ আই মুই কান্দোন শোনং

হাতেৰ বাৰুন মাটিত থুইয়া বসিয়া ভাবং

ও প্ৰাণ কোকিলাৰে

যখন কোকিলা মুই বিছনা পাৰং

তোৰ কোকিলেৰ আই মুই কান্দোন শোনং

বিছনা পাৰা ছাড়ি দিয়া বসিয়া ভাবং

ও প্ৰাণ কোকিলা ৰে।

 

ii. মন মোৰ কান্দেৰে । Mon mor kandere

 

মন মোৰ কান্দেৰে

ৰাতি নিশা ওৰে কালে

নিন্দেৰ আলিসে পাতি মোক

মাও বুলিয়া ডাকে, মন মোৰ কান্দেৰে

আৰে বাপো কাণা মাও কাণা ও

ও দাৰুণ বিধি কাণা পাৰাৰ লোক

পয়সাৰ লোভে বেচেয়া খাইচে

স্বামী নাবালক, মন মোৰ কান্দেৰে

আৰে কয়া দেন মোৰ দয়াৰ বাপকো

ও কাঘা মোক দুধ পাঠেয়াৰে দিবে

সেইনা দুধো খায়া কাঘা মোৰ

পতি মানুষ হৈবে, মন মোৰ কান্দেৰে

আজি বাপক খাউক মোৰ বনেৰ বাঘে ও

ও দাৰুণ বিধি মাওক খাউক মোৰ সাপে

ঘটক গোলাম পৰিয়া মৰুক

নিধুয়া পাথাৰে, মন মোৰ কান্দেৰে।


প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey

Newest
Previous
Next Post »