-->

ও জীবন ৰে । Jibon re

ও জীবন ৰে । Jibon re 
প্ৰতিমা বৰুৱা পান্ডে [Pratima Barua Pandey]


ও জীবন ৰে,

জীবন ছাড়িয়া না যাইস মোকে,

আৰে তুই জীবন ছাড়িয়া গেইলে

আদৰ কৰিবে কায়জীবন ৰে...

 

আৰে দোনো জনে বুন্ধি কৰিয়া ৰে

আৰে ও জীবন আসিলাম ভবেৰ হাটে

আৰে তুই জীবন ছাড়িয়া যাইসলুং

নিধুৱা পাথাৰে জীবন ৰে..

 

আৰে কচু পাতাৰ পানি যেমন ৰে,

আৰে ও জীবন টলমল টলমল কৰে

আৰে ঐ মতো মানুষেৰ দেহা

কখন টলিয়া পৰেজীবন ৰে..

আৰে ভাই বলো ভাতিজা বলো ৰে

আৰে ও জীবন সম্পত্তিৰে ভাগী

আৰে আগে কৰবে ভাগ বাট্‌ৰা

পিছে কৰবে গতি, জীবন ৰে

 

আৰে ধান কাটে ধানুৱা ভাই ৰে,

আৰে ও জীবন কাটিয়া ছাড়ে নাৰা

আৰে তুই জীবন ছাড়িয়া গেইলে

মানষে কইবে মড়া জীবন ৰে..

 

আৰে তুই জীবন ছাড়িয়া গেইলে ৰে

আৰে ও জীবন কান্দিবে বাপো ভাই

শ্মাশান ঘাটে সোণাৰ দেহা

পুৰিয়া কৰিবে ছাইজীবন ৰে..

 

ও জীবন ৰে,

জীবন ছাড়িয়া না যাইস মোকে,

আৰে তুই জীবন ছাড়িয়া গেইলে

আদৰ কৰিবে কায়জীবন ৰে...

Previous
Next Post »