একবাৰ হৰি বল মন ৰসনা
Ekbar hori bolo mon rasna
প্ৰতিমা বৰুৱা পান্ডে [Pratima Barua Pandey]
একবাৰ হৰি বল মন ৰসনা
মানৱ দেহেৰ গৌৰৱ কৈৰো না
মানৱ দেহা মাটিৰে ভণ্ড
ভাঙিলে হৈবে খণ্ডৰে খণ্ড
ভাঙিলে দেহা জোৰা নিবে না।
টাকা-পয়সা ভিটাৰ-বাৰী
জীৱন গেইলে সব ৰইবে ৰে পৰি
সংগেৰ সাথী কেউ তোৰ হৈবে না।
বেলা ডুবিলে হৈবেৰে ৰাতি
সংগে নাই মোৰ সংগেৰ সাথী
এ ভৱনদী কেমন হৈবে পাৰ
হৰি বল মন বাৰে বাৰ
বেলা ডুবিলে হৈবেৰে অন্ধকাৰ।
2. আউলাইলেন মোৰ বান্ধা । Aaulailen mor bandha
আজি আউলাইলেন মোৰ বান্ধা ময়াল ৰে
হাতীৰ পিঠিত থাকিয়াৰে মাহুত
কিসেৰ বাটুল মাৰো
ওৰে পৰাৰ ও কি ৰমনীক দেখিয়া
জ্বলিয়া কেনে মৰো ৰে
হাতীৰ পিঠিত থাকিয়াৰে মাহুত
হাতীৰ মায়া জানো
নাৰীৰ বেদনাৰে মাহুত
কিবা তোমৰা জানো ৰে
বৈদেশিয়া মাহুত তোমৰা ৰে
তোমাৰ কিসেৰ মায়া
নাৰীৰ মন ভাঙ্গিয়াৰে মাহুত
যাইবেন ছাড়িয়া ৰে
আজি আউলাইলেন মোৰ বান্ধা ময়াল ৰে।
প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey
ConversionConversion EmoticonEmoticon