-->

Solved question paper of HS 2nd year 2022

HN Seminary HS School, Bagribari, Dhubri.
First Unit HS Second year, 2022.

1. অতি চমুকৈ উত্তৰ দিয়া। 12 x 1 = 12 
(i) 'ভাৰতৰ পুৰাতত্ব জৰীপ' বিভাগৰ প্ৰথমজন সঞ্চালক প্রধান কোন আছিল? 
উত্তৰঃ-আলেকজেণ্ডাৰ কানিংহাম

(ii) হৰপ্পাৰ নগৰসমূহৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য কি আছিল? 
উত্তৰঃ- জল নিষ্ক্ৰাশন ব্যৱহাৰ বা নলা নিৰ্মাণ প্ৰণালী।

(iii) হৰপ্পা সভ্যতাৰ প্রধান বৈশিষ্ট্য কি আছিল?  
উত্তৰঃ- নগৰ পৰিকল্পনা

(iv) হৰপ্পা সভ্যতাত শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সজুলী বিধৰ নাম কি আছিল? 
উত্তৰঃ- জাঁত

(v) 'মহেঞ্জোদাৰৰ' শব্দৰ অর্থ কি? 
উত্তৰঃ- মৃতকৰ সমাধি।

(vi) মৌর্যবংশৰ প্রতিষ্ঠাতা কোন আছিল? 
উত্তৰঃ- চন্দ্ৰগুপ্ত মৌৰ্য (৩২১ খৃষ্ট পূৰ্ব)

(vii) হৰিসেন কোন আছিল? 
উত্তৰঃ-গুপ্ত সমুদ্ৰগুপত ৰাজসভাৰ কবি।

(viii) প্রাচীন ভাৰতৰ মহাজনপদ সমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী মহাজনপদ খনৰ নাম কি?
উত্তৰঃ- মগধ

(ix) মগধৰ আদি ৰাজধানী ক'ত আছিল? 
উত্তৰঃ- ৰাজগৃহ।

(x) গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? 
উত্তৰঃ- লুম্বিনী নামে ঠাইত।

(xi) মনুস্মৃতি কি?
উত্তৰঃ- সংস্কৃত ভাষাত ৰচিত মনুস্মৃতি হ'ল প্ৰাচীন ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ আইন বিষয়ক গ্ৰন্থ। 

(xii) নিৰ্বাণ মানে কি বুজা?
উত্তৰঃ- মানুহে দুখৰ পৰা মুক্তি লাভ কৰা।

2. তলত দিয়া প্রশ্নসমূহৰ চমু উত্তৰ লিখা। 10 x 2 = 20 
(i) কোনে আৰু কেতিয়া হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ কৰিছিল? 
উত্তৰঃ-1922 খৃঃত তিনিজন প্ৰত্নতত্ববিদ ক্ৰমে ৰাখাল দাস বেনাৰ্জী, দয়াৰাম চাহনী আৰু চাৰ জন মাৰ্চেলে খনন কাৰ্য চলাই হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল।

(ii) হৰপ্পা সভ্যতাৰ লোকসকলৰ জীৱন নির্বাহৰ দুটা কৌশল লিখা। 
উত্তৰঃ- কৃষি কাৰ্য আৰু পশুপালন।

(iii) কোনে আৰু কেতিয়া ব্রাক্ষ্মী আৰু খাৰোষ্ঠী লিপিৰ পাঠোদ্ধাৰ কৰিছিল? 
উত্তৰঃ-1838 খৃঃত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰা তৈয়াৰ কৰা এজন বিষয়া জেমচ প্রিন্সেপে।       

(iv) অগ্রহাৰ কি? 
উত্তৰঃ-ব্ৰহ্মণসকলক দান কৰা ভূমিক অগ্ৰহাৰ বোলে।

(v) প্ৰতিবেদক কি? 
উত্তৰঃ-প্ৰতিবেদক হৈছে সংবাদদাতা।

(vi)  প্রয়াগ প্রশস্ত্রি কোনে কেতিয়া লিখিছিল? 
উত্তৰঃ- হৰিসেনে খ্ৰীষ্টীয় সপ্তম শতিকত প্রয়াগ প্রশস্ত্রি লিখিছিল।

(vii) গান্ধাৰী কোন আছিল? তেওঁ দুর্যোধনক কি উপদেশ দিছিল? 
উত্তৰঃ- ধৃতৰাষ্ট্ৰৰ পত্নী তথা কৌৰৱৰ মাক। তেওঁ দুৰ্যোধনক শেষবাৰৰ কাৰণে যুদ্ধ নকৰিবৰ বাবে উপদেশ দিছিল।

(viii) গোত্ৰ কি? গোত্র ব্যৱস্থাৰ উল্লেখযোগ্য বিধান দুটা কি কি? 
উত্তৰঃ- গোত্ৰ হ'ল ব্ৰাহ্মণ সকলৰ শ্ৰেণী বিভাগ।
এই ব্যৱস্থাৰ বিধান দুটা হ'ল- কন্যাৰ বিবাহৰ পিছত পিতৃ গোত্ৰ ত্যাগ কৰি স্বামীৰ গোত্ৰ গ্ৰহণ কৰা সমগোত্ৰীয় লোকৰ মাজত বৈবাহিক সম্বন্ধ স্থাপন নকৰা।

(ix) অন্ত বিবাহ আৰু বহি বিবাহ কাক বোলে?
উত্তৰঃ- যিবোৰ পৰিয়ালৰ বিবাহ কাৰ্য সাধাৰণতে নিজৰ জাতি গোত্ৰ গাঁও আদিৰ ভিতৰতে হয় তেনে বিবাহক অন্তৰ্বিবাহ বোলে। আনহাতে যি বিবাহ নিজৰ গোত্ৰ, পৰিয়ালৰ, বংশৰ বাহিৰত হয় তেনে বিবাহৰ বৰ্হিবিবাহ বোলে। 

(x) হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম লিখা। 
উত্তৰঃ-হৰপ্পা সভ্যতা  পঞ্জাৱৰ মণ্টগোমাৰী জিলাত আৰু সিন্ধু প্ৰদেশৰ লাৰাকানা জিলাত অৱস্থিত। 

3. উত্তৰ লিখা (যিকোনো তিনিটাৰ ) 3 x 4 = 12 
(i) হৰপ্পা সভ্যতাৰ নলা নর্দমা ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰে বুলি তুমি ভাবানে যুক্তি দর্শোৱা।
উত্তৰঃ- হৰপ্পা সভ্যতাৰ নলা-নৰ্মদা ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰে বুলি ভাবো কিয়নো হৰপ্পা সভ্যতাৰ নলা-নৰ্মদা ব্যৱস্থাত নগৰ পৰিকল্পনাৰ প্ৰণালী সমূহ ব্যৱহাৰ কৰা হৈছিল। উল্লেখযোগ্যযে হৰপ্পা নগৰ সমূহৰ আটাইটকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল নলা নিৰ্মাণ প্ৰণালী।
এই সভ্যতাৰ বাটৰ কাষৰ নলাবোৰৰ ওপৰত শিলৰ নাইবা ইটাৰ ঢাকনী দি ৰখাৰ প্ৰমাণ পোৱা গৈছে। তেনে নলা পৰিষ্কাৰ কৰি ৰাখিবলৈ ঢাকনীৰ মাজেৰে মানুহ সোমাব পৰাকৈ একোটা ছিদ্ৰ ৰখা হৈছিল। এই সভ্যতাৰ নিম্ন নগৰ সমূহত লক্ষ্য কৰিলে দেখা যায় যে এই নগৰ সমূহৰ ৰাস্তা আৰু গলিসমূহ প্ৰায় গ্ৰিড (Grid) পদ্ধতিৰে তৈয়াৰ কৰা হৈছিল। ইয়াৰ ৰাস্তা সমূহ সমান্তৰাল আছিল আৰু পৰস্পৰে সমকোনী ভাৱে কটাকটি কৰিছিল। এই নিৰ্মাণ পদ্ধতিৰ পৰা ধাৰণা কৰা হৈছে যে প্ৰথমে নলাৰে সৈতে ৰাস্তাসমূহ নিৰ্মাণ কৰি পিছত ইয়াৰ কাষে-কাষে বিভিন্ন ধৰণৰ ভৱন আৰু গৃহ নিৰ্মাণ কৰা হৈছিল।
এই নগৰ নিৰ্মাণৰ পৰিকল্পনা অনুসৰি যদি ঘৰৰ লেতেৰা পানীবোৰ ৰাস্তাৰ নলাত পেলাব লগা হয়, তেনেহ'লে প্ৰত্যেক ঘৰৰ যিকোনো এখন দেৱাল ৰাস্তাৰ কাষত হোৱাটো জৰুৰী যাতে লেতেৰা পানী সহজে নলাত পেলাব পাৰি।
এই প্ৰাচীনতম প্ৰণালী অনুসৰি সকলো আৱাসৰ পানী ওলাই গৈ নলাত পৰিছিল আৰু সেই নলাৰ পানী ৰাস্তাৰ কাষৰ নলাত পৰিছিলগৈ। মুখ্য নলাসমূহ চিমেন্ট আৰু ইটাৰে নিৰ্মাণ কৰা হৈছিল আৰু নলাবোৰ ইটা বা শিলৰ ঢাকনী দি ৰখা হৈছিল যাতে নলাবোৰ পৰিষ্কাৰ কৰিব পৰা যায়। ঘৰৰ নলা সমূহৰ পানীৰ লগত যিবোৰ আৱৰ্জনা যায় সেইবোৰ বন্ধ কৰাৰ কাৰণে নলাৰ কিছুমান ঠাইত গাঁত খান্দি ৰখা হৈছিল আৰু তাৰ পৰাহে লেতেৰা পানীবোৰ ৰাস্তাৰ নলাত পৰিছিলগৈ। বৰ দীঘল নলাবোৰ নিৰ্দিষ্ট দূৰে দুৰে চাফা কৰাৰ ব্যৱস্থা আছিল। এই নলা-নৰ্দমাসমূহ কেৱল ডাঙৰ ডাঙৰ চহৰতেই নহয় বৰঞ্চ সৰু সৰু আৱাসিক অঞ্চলসমূহতো পোৱা গৈছে। গুজৰাটৰ লোথালত নলাসমূহ পোৰা ইটাৰে নিৰ্মাণ কৰাৰ প্ৰামণ পোৱা গৈছে। 
এইদৰে ওপৰক্ত আলোচনাৰ পৰা এই কথা স্পষ্ট হ'লযে হৰপ্পা সভ্যতাৰ নলা-নৰ্দমা ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰিছিল।   

3.(ii) হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেচাঁ সামগ্ৰীসমূহ কি কি আছিল আৰু এইবোৰ ক'ৰ পৰা কেনেদৰে সংগ্ৰহ কৰা হৈছিল? 
উত্তৰঃ-হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগত বিভিন্ন কেঁচা সামগ্ৰীবোৰৰ ভিতৰত মাটি, পাথৰ, কাঠ তথা ধাতু আদিয়েই প্ৰধান। মাটি স্থানীয় ভাৱেই পোৱা গৈছিল যদিও কাঠকে ধৰি আন উপাদানসমূহ সাৰুৱা অঞ্চলৰ বাহিৰৰ অনা হৈছিল। বস্তুসমূহ এঠাইৰ পৰা আন ঠাইলৈ নিবৰ বাবে গৰু গাড়ী ব্যৱহাৰ কৰা হৈছিল। সিন্ধু নদী আৰু ইয়াৰ উপনদীসমূহৰ নদীপথসমূহো যাতায়াতৰ ক্ষেত্ৰত ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে।
উল্লেখযোগ্যযে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী বিভিন্ন উপায়েৰে সংগ্ৰহ কৰিছিল। উদাহৰণস্বাৰূপে নাগেশ্বৰ আৰু বালাকোটত বসতি স্থাপন কৰি শংখ সংগ্ৰহ কৰিছিল। সিন্ধু সভ্যতাৰ যুগত তাম, ব্ৰঞ্জ, ৰূপ আৰু সোনৰ ব্যৱহাৰ আছিল কাৰণে ৰাজস্থান আৰু আফগানিস্থানৰ পৰা তাম আমদাৰি কৰা হৈছিল। 
আফগানিস্থানৰ শ্ৰোতঘাইৰ পৰা নীলা ৰঙৰ মূল্যবান পাথৰ লেপিছ লাজুলিৰ সংগ্ৰহ কৰা হৈছিল। গুজৰাটৰ ভৰোচৰ পৰা কাৰ্নিলিয়ান, ৰাজস্থান আৰু উত্তৰ গুজৰাটৰ পৰা শ্বেত পাথৰ আৰু আন ধাতু ৰাজস্থানৰ পৰা সংগ্ৰহ কৰিছিল। সিন্ধু সভ্যতাবাসীয়ে নদীৰ বালিৰ পৰা সোণ সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰি দক্ষিণ ভাৰত আৰু আফগানিস্থানৰ পৰাও তেওঁলোকে সোন আমদাৰি কৰি অলঙ্কাৰ আদি তৈয়াৰ কৰিছিল। ৰাজপুতলা, দক্ষিণ ভাৰত, পাৰস্য আৰু আফগানিস্থান আদি অঞ্চলৰ পৰা সোণ আমদানি কৰা হৈছিল। ঠিকসেইদৰে বিদেশৰ পৰা মূল্যৱান পাথৰো আমদানি কৰাৰ ব্যৱস্থা কৰা হৈছিল। কেতিয়াবা তাম সংগ্ৰহ কৰিবৰ কাৰণে ৰাজস্থানৰ ক্ষেত্ৰী আৰু সোন সংগ্ৰহৰ কাৰণে কৰ্নাটকাৰ কোলাৰ পৰ্যন্ত অভিযান প্ৰেৰণ কৰিছিল।
প্ৰত্নতাত্বিক খননৰ পৰা এই কথা জানিব পৰা গৈছেযে হৰপ্পাবাসীয়ে আৰৱ উপদ্বীপৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত ওমানৰ পৰা তাম আমদাৰি কৰিছিল। মেছোপটেমিয়াত কিছু সংখ্যক হৰপ্পাৰ চীল, মোহৰ, দগা, পাল্লা আৰু মণি উদ্ধাৰ হোৱালৈ চাই সেই অঞ্চলৰ লগত হৰপ্পাবাসীৰ যোগাযোগ থকাটো প্ৰমাণ কৰে। আনহাতে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ মানুহে লোথাল বন্দৰেদি নিশ্চয় সাগৰীয় পথৰ বাণিজ্য চলাইছিল।
এইদৰে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী সমূহ সংগ্ৰহ কৰিছিল।

3. (iii) মৌর্য ইতিহাসৰ সমল সমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ-মৌৰ্য ইতিহাসৰ সমল সমূহক থোৰতে দুটা ভাগত ভাগ কৰা হয়-
(১) লিখিত সমল
(২) প্ৰত্নতাত্বিক সমল
লিখিত সমল সমূহৰ ভিতৰত কৌটিল্যৰ অৰ্থশাস্ত্ৰ, মেগাস্থেনিছৰ ইণ্ডিকা, বৌদ্ধ আৰু জৈন সাহিত্য, পৌৰাণিক সাহিত্য, মুদ্ৰাৰাক্ষক আদিৰ নাম উল্লেখযোগ্য। সেইদৰে প্ৰত্নতাত্বিক সমলৰ ভিতৰত উল্লেখযোগ্য হ'ল অশোকাৰ শিলালিপি, স্তম্ভলিপি, গুহালিপি, স্থাপত্য ভাস্কৰ্যৰ ধ্বংসাৱশেষ সমূহ।
মৌৰ্য যুগৰ ইতিহাস পুনৰ ৰচনাৰ এক প্ৰধান সমল হ'ল কৌটিল্যৰ অৰ্থশাস্ত্ৰ। এই গ্ৰন্থৰ লিখক আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ মন্ত্ৰী তথা প্ৰধান পৰামৰ্শদাতা চাণক্য বা কৌটিল্য তথা বিষ্ণুগুপ্ত। এই পুথিখন মূলতঃ ৰাষ্ট্ৰবিজ্ঞান সম্পৰ্কীয় পুথি যদিও ইয়াত মৌৰ্যসকলৰ শাসন ব্যৱস্থা, ৰাজ কৰ্তব্য আদি ভালেমান বিষয় সন্নিবিষ্ট হৈছে।
আনহাতে ঐতিহাসিক পণ্ডিত মেগাস্থেনিছৰ 'ইণ্ডিকা' নামৰ পুতিখন মৌৰ্য যুগৰ ইতিহাস ৰচনাৰ আন এক মূল্যৱান সমল হিচাপে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আহিছিল। দুৰ্ভাগ্যবশতঃ এই পুথিখনৰ মূলপাঠ পাবলৈ নাহে।
আনহাতে বৌদ্ধ আৰু জৈন সাহিত্যতো মৌৰ্য যুগ সমদ্ধে ভালেমান তথ্য সন্নিবিষ্ট হৈ আছে। বিশেষভাৱে উল্লেখযোগ্য বৌদ্ধ সাহিত্যৰ ভিতৰত দীপবংশস, মহাবংশ প্ৰাধন। জৈন সাহিত্যৰ ক্ষেত্ৰত পৰিশিষ্ট পাৰ্বনৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তদুপৰি কল্পসূত্ৰ, মহাভাগ্য, গাৰ্গী সংহিতাবিষ্ণু পুৰাণ, বিশাখা দত্তৰ মুদ্ৰাৰাক্ষস আদিত মৌৰ্য যুগৰ সমল হিচাপে যথেষ্ট মূল্যবান।
মৌৰ্য যুগৰ ইতিহাস ৰচনাৰ বাবে আটাইতকৈ মূল্যবান সমল হ'ল মহান সম্ৰাট অশোকৰ শিলালিপিসমূহ। অশোকে ধৰ্ম সম্পৰ্কে যি ধাৰণা কৰিছিল তাক প্ৰচাৰ কৰিবৰ কাৰণে এই শিলালিপি আৰু স্তম্ভ লিপিসমূহ ব্যৱহাৰ কৰিছিল। এইবোৰত জীৱ হত্যাৰ পৰা বিৰত থকা, বিলাসী জীৱন পৰিত্যাগ কৰা প্ৰাহ্মণ আৰু সন্ন্যাসীসকলৰ প্ৰতি দয়াশীল হোৱা দাস আৰু ভৃত্যৰ প্ৰতি মধুৰ ব্যৱহাৰ কৰা মান্যজনৰ প্ৰতিশ্ৰদ্ধাশীল হোৱা অন্য ধৰ্মৰ প্ৰতি সহিষ্ণতা প্ৰদৰ্শন কৰা নীতি ধৰ্মৰ প্ৰতি আগ্ৰহী হোৱা ইত্যাদি কথাবিলাক লিপিবদ্ধ কৰা হৈছিল।  
মূঠৰ ওপৰত অশোক আছিল প্ৰথম সম্ৰাট যিজনে প্ৰজাসকল আৰি ৰজা বিষয়াসকলৰ বাবে নিজৰ বাণীসমূহ শিলৰ উপৰিভাগত বা মৃশন স্তম্ভৰ গাত খোদিত কৰাইছিল।

3.(iv) মৌর্য সাম্রাজ্যত নায়ক সকলৰ ভূমিকাৰ বিষয়ে লিখা। 
উত্তৰঃ- মৌৰ্য সাম্ৰাজ্যত নায়ক সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মৌৰ্য সাম্ৰাজ্যত নায়কসকল আছিল একো একোজন শক্তিশালী ব্যক্তি। তেওঁলোকৰ পদ বংশানুক্ৰমিক হ'বও পাৰে নহ'বও পাৰে। নায়ক সকলে তেওঁলোকৰ পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিছিল। নায়কৰ মুখ্য কাম আছিল বিশেষ ধৰ্মীয় অনুষ্ঠান
পৰিচালনা কৰা যুদ্ধৰ সময়ত নেতৃত্ব দিয়া আৰু বিবাদ মীমাংসা কৰাটো নায়কসকলে তেওঁলোকৰ অনুগামী সকলৰ পৰা উপটোকন লৈছিল আৰু এইবোৰ প্ৰায়েই তেওঁলোকৰ সমৰ্থকসকলৰ মাজত ভাগ কৰি দিছিল। সাধাৰণতে এই নায়কসকলে চলোৱা নায়কতন্ত্ৰত কোনো সৈন্য আৰু বিষয়া নাছিল।

4. হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ আলোচনা কৰা।        6
উত্তৰঃ- হৰপ্পা সভ্যতা তথা সিন্ধু সভ্যতাৰ পতনৰ কাৰণ সম্পৰ্কত ঐতিহাসিক সকলে বিভিন্ন মতামত দাঙি ধৰিছে। খৃঃপূঃ ২০০০ ৰ পিছত সিন্ধু সভ্যতাৰ বিলুপ্তি খৰতকীয়া হৈ পৰি মহেঞ্জোদাৰো আৰু হৰপ্পা নগৰীৰ অস্তিত্ব লোপ পাইছিল। হৰপ্পাবাসীয়ে পূৰ্বৰ বসতি স্থান এৰি অন্য ঠাইলৈ আঁতৰি গৈছিল। আনহাতে মেচোপটেমিয়া আৰু সিন্ধু সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক নাইকিয়া হৈ পৰাৰ ফলত কৃষক, শিল্পী, বাঢ়ৈ শ্ৰমিক শ্ৰেণী জুৰুলা হৈ পৰিছিল। সেয়েহে একাংশ ঐতিহাসিকে ক'ব খোজে যে মেচোপটেমিয়াৰ লগত সিন্ধু সভ্যতাৰ বৈদেশিক বানিজ্য লোপ পোৱাত সিন্ধু সভ্যতাৰ নগৰ কেন্দ্ৰিক অৰ্থনীতিৰ পতন আৰম্ভ হৈছিল।
সিন্ধু সভ্যতাৰ পতনৰ অন্যতম কাৰণ হ'ল ভূ-প্ৰাকৃতিক পৰিৱৰ্তন। ঐতিহাসিকসকলৰ মতে সিন্ধু উপত্যকাৰ ভূমিৰ উৰ্বৰতা ক্ৰমাত্‍ কমি আহিছিল। স্বাভাৱিক বৃষ্টিপাতৰ তাৰতম্য ঘটিবলৈ লোৱাত নিশ্চয় কৃষিকাৰ্যত ব্যাঘাত জন্মিছিল আৰু বহু ঠাই মৰুভূমিলৈ পৰিৱৰ্তিত হৈছিল। এনে পৰিৱৰ্তনে জন-জীৱন বিপযস্ত কৰি তুলিছিল।
একাংশ ঐতিহাসিকে প্ৰাকৃতিক দুৰ্যোগ অৰ্থাত্‍ বানপানী, ভূমিকম্প বা মহামাৰীয়েই সিন্ধু সভ্যতা পতনৰ অন্যতম কাৰণ বুলি অবিহিত কৰিছে। বিশৃখলভাৱে পৰি থকা নৰ-কংকাল সমূহৰ পৰা অনুমান কৰিব পাৰিযে হঠাতে উদ্ভৱ হোৱা কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই হয়তো এই সভ্যতাৰ চূড়ান্ত পতন ঘটিছিল।
সিন্ধু সভ্যতাৰ পতন সিন্ধু সভ্যতাবাসীয়ে জগৰীয়া আছিল কিয়নো হৰপ্পাবাসীয়ে ইয়াৰ পৰিবেশৰো যথেষ্ট ক্ষতিসাধন কৰিছিল। গছ-গছনি কাটি, জীৱ-জন্তু বধ কৰি অঞ্চলটোৰ জৈৱ-বৈচিত্ৰতাৰ ভাসসাম্যতা নষ্ট কৰাৰ ফলত সভ্যতা বিপদাপন্ন হৈ পৰিছিল। খাদ্য বস্তুৰ নাটনি, মাৰি-মৰক আদি কাৰণতো হৰপ্পাৰ অঞ্চলসমূহ জনশূন্য হৈ পৰিছিল।
প্ৰত্নতাত্বিক সমলৰ ভেঁটিতে একাংশ ঐতিহাসিকে ক'ব খোজেযে বহিঃ আক্ৰমণত সিন্ধু সভ্যতাৰ পতন ঘটিছিল। বহিঃ আক্ৰমনকাৰী বুলি কওতে বিতৰ্ক নোহোৱাকৈ থকা নাই। কিন্তু বৈদিক সাহিত্যৰ সাক্ষী আৰু খনন কাৰ্যৰ সহায়ত প্ৰায় সকলো ঐতিহাসিকে ক'ব খোজেযে এই বহিঃ আক্ৰমকাৰী সকল আছিল আৰ্য গোষ্ঠীৰ লোক। বুৰঞ্জীবিদ আৰ. ই. এম. হুইলাৰে ক'ব খোজেযে ইন্দ্ৰই আৰ্যসকলৰ প্ৰধান সেনাপতি হিচাৰে ঘোঁৰাত উঠি সিন্ধু সভ্যতাৰ নগৰবোৰ ধ্বংস কৰিছিল। গতিকে অনুমান কৰা যায়য়ে পৰি অহা সিন্ধু সভ্যতাৰ ওপৰত চূড়ান্ত বিপৰ্যয় জাপি দিছিল আৰ্য সকলে।
সৰ্বশেষত এই কথা ক'ব পাৰিযে এক শক্তিশালী একত্ৰীকৰণ শক্তিৰ কাৰণতেই সিন্ধু সভ্যতাৰ পতন ঘটিছিল। চীল, মোহৰ, মৃত্‍পাত্ৰ, লিপি, মণি আদিৰ অৱলুপ্তি মান বিশিষ্ট জোখ-মাপ পদ্ধতিৰ পৰিৱৰ্তে স্থানীয় পদ্ধতিৰ ব্যৱহাৰ, নগৰ সমূহৰ পতন আৰু পৰিত্যাগ আদিৰ পৰাই এই কথাৰ উমান পাব পাৰি।
ওপৰক্ত আলোচনাৰ পৰা এই কথা স্থাষ্ট হৈ পৰিল যে সিন্ধু সভ্যতাৰ পতনৰ বাবে ঐতিহাসিক সকলে একাধিক কাৰণ উল্লেখ কৰিলেও সিন্ধু সভ্যতাৰ ধ্বংসৰ কাৰণ এতিয়াও ৰহস্যাবৃত।

Or /অথবা 
মৌর্য সাম্রাজ্য প্রশাসনিক ব্যৱস্থা সম্পর্কে আলোচনা কৰা।        6
উত্তৰঃ- মৌৰ্য সাম্ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা উন্নত মানদণ্ডৰ আছিল। অশোকৰ লিপি সমূহত উল্লেখ আছে যে মৌৰ্য সাম্ৰাজ্যখন পাঁচখন মুখ্য ৰাজনৈতিক কেন্দ্ৰ বা প্ৰদেশত বিভক্ত আছিল। সেই কেইখন আছিল ৰাজধানী পাতলিপুত্ৰ, তক্ষশীলা, উজ্জয়িনী তোশালী আৰু সুবৰ্ণগিৰি। অৱশ্যে ইতিহাসবিদ সকলে মতপ্ৰকাশ কৰিছে যে এই বিশাল সাম্ৰাজ্যখনত সমধৰ্মী প্ৰশাসনিক ব্যৱস্থা আছিল নে? মূলতঃ সাম্ৰাজ্যত অন্তৰ্গত অঞ্চলবোৰ ভিন্ন ধৰ্মী আছিল। আফগানিস্থানৰ পাৰ্ঞ্চ্য ভূ-খণ্ড আৰু উৰিষ্যাৰ উপকূল অঞ্চলৰ মাজত থকা প্ৰভেদ কল্পনা কৰিলেই এই কথা স্পষ্ট হ'ব। 
মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আঞ্চল আৰু প্ৰাদেশিক কেন্দ্ৰবোৰত প্ৰাদেশিক কেন্দ্ৰবোৰত প্ৰশাসনিক নিয়ন্ত্ৰণ সম্ভৱতঃ আটাইতকৈ শক্তিশালী আছিল। এই কেন্দ্ৰবোৰ সাৱধানে নিৰ্বাচন কৰা হৈছিল কিয়নো তক্ষশীলা আৰু উজ্জায়িনী দূৰৱৰ্তী বাণিজ্যিক পথৰ কাষত অৱস্থিত আছিল আৰু সুৱৰ্ণগিৰি সম্ভৱতঃ কৰ্ণাটকৰ গুৰুত্বপূৰ্ণ সোণৰ খনি আছিল।
মৌৰ্য সাম্ৰাজ্যখনৰ স্থিতি মুদৃঢ় কৰিবৰ কাৰণে স্থলপথ আৰু জল-পথ দুয়োটা যোগাযোগ ব্যৱস্থাই প্ৰয়োজন আছিল। কেন্দ্ৰৰ পৰা প্ৰদেশবোৰলৈ যাত্ৰা কৰোতে কেইবা মাহৰ পৰিৱৰ্তে কেইবা সপ্তাহ লাগিছিল। এই কথাই ভ্ৰমণকাৰীসকলৰ সুৰক্ষাৰ সু-ব্যৱস্থা কৰা কথাকে সূচাইছিল। সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত সৈন্যবাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বিখ্যাত ভ্ৰমনকাৰী মেগাস্থেনিছে উল্লেখ কৰিছে যে ছয়খন উপসমিতিৰে গঠিত এখন সমিতিয়ে সৈন্যবাহিনী পৰিচালনাৰ সকলো কাম-কাজ তদাৰক কৰিছিল। উক্ত সমিতিৰ প্ৰথমখন উপসমিতি আছিল নৌ বাহিনীৰ দ্বিতীয়খন যাতায়ত তথা যানবাহন তৃতীয়খন পদাতিক সৈন্য, চতুৰ্থখন ঘোঁড়াৰ, পঞ্চমখন ৰথৰ আৰু ষষ্ঠখন হাতীৰ দায়িত্বত আছিল। দ্বিতীয় উপসমিতিখনে বিভিন্ন কাৰ্য সম্পাদন কৰিছিল যেনে- অস্ত্ৰ-শস্ত্ৰসমূহ কঢ়িয়াবৰ বাবে, গৰু গাড়ীৰ আৰু সৈন্য তথা পশুবোৰৰ খাদ্য দ্ৰব্যৰ যোগান ধৰিছিল। ইয়াৰ উপৰিও সৈন্যসকলৰ পৰিচাৰ্যৰ বাবে সেৱক আৰু শিল্পী কাৰিকৰ সকলক নিযুক্তি দিছিল।
এইদৰে সম্ৰাট অশোকে ধৰ্ম প্ৰচাৰৰ যোগেদি গোটেই সাম্ৰাজ্যখনত সংহতি স্থাপন কৰিবলৈ যত্ন কৰিছিল যদিও এই সাম্ৰাজ্যখন প্ৰায় ১৫০ বছৰ ধৰিহে বৰ্তী আছিল। তদুপৰি সাম্ৰাজ্যখনৰ বিস্তৃতি সমগ্ৰ উপমহাদেশ জুৰি নাছিল আনকি সীমান্তৱৰ্তী অঞ্চলসমূহৰ নিয়ন্ত্ৰনো সমধৰ্মী নাছিল।

Mr. Jugajit Bora,

Post Graduate Teacher (History)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : jugajitbora@gmail.com
Mobile : 9954478581.
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History.



HN Seminary HS School, Bagribari, Dhubri.
Pre-Final of HS Second year, 2021.

5. Change the form of the narration in the following sentences:     2x2=4

(a) Macbeth said to his wife, "Did you not hear a noise?" She told him to go back and wash his filthy hands.

Ans:- Macbeth asked his wife if she had not heard a noise. She said to him, "Go back and wash your filthy hands."

(b) One day Mukesh told me that he would be a motor mechanic and leave Firozabad. I asked him if he knew anything about cars.

Ans:- One day Mukesh said to me, "I will be a motor mechanic and leave Firozabad." I said to him, "Do you know anything about cars?"


6. Change the voice of any three of the following sentences:   1x3=3

(a) Do the work immediately.

Ans:- Let the work be done immediately.

(b) Indiscipline should not be encouraged.

Ans:- We should not encourage indiscipline.

(c) Let the sum be done by us.

Ans:- Let us do the sum.

(d) The student was told to leave the room.

Ans:-The teacher told the student to leave the room.

(e) Give up your bad habits.

Ans:- You are advised to give up your bad habits.

(f) Who has broken the window pane?

Ans:- By whom has the windowpane been broken?


7. Put the verbs in brackets in their correct tense forms (any five):     5X1=5

(a) Recently the price of petrol- (go) up.

Ans:- Recently the price of petrol has gone up.

(b) If you- (try) hard, you would have succeeded.

Ans:- If you had tried hard, you would have succeeded. 

(c) The train- (leave) before we reached the station.

Ans:- The train had left before we reached the station.

(d) I wish I- (know) her. 

Ans:- I wish I knew her.

(e) We- (do) our lessons when the lights went out.

Ans:- We were doing our lessons when the lights went out.

(f) I want to go for a walk, but I (not finish) my work yet.

Ans:- I want to go for a walk, but I have not finished my work yet.


8. Fill in the blanks with appropriate prepositions (any four): 4x1=4

(a) We tried to dissuade her ____ marrying an old man.

Ans:- from

(b) Virtue consists ____ speaking the truth.

Ans:-in

(c) She was annoyed ____ missing the bus.

Ans:- at

(d) The ship is bound ____ England.

Ans:- for

(e) A modest man does not boast ____ his achievement.

Ans:-of

(f) The girl standing ____ the two is their sister.

Ans:- between

(g) We informed the police ____ the theft in the house.

Ans:- of


9. Rewrite any four of the following sentences as directed: 1x4=4

(a) How beautiful the rain is! (Make it a statement)

Ans:-The rain is very beautiful.

(b) The Brahmaputra is the longest river in India. (Change it into positive degree)

Ans:- No other river in India is as long as the Brahmaputra.

(c) He is an honest person. (Make it Negative without changing the meaning)

Ans:- He is not a dishonest person.

(d) A good man never harms anyone. (Make it Complex Sentence)

Ans:- A man who is good never harms anyone.

(e) If you do not work hard, you will fail. (Make it compound sentence)

Ans:-(i) You must work hard or you will fail

(ii) Work hard or you will fail.

(f) I know where he was born. (Make it a simple sentence)

Ans:- I know his birthplace.


Sri Rupjyoti Goswami
Post Graduate Teacher (English)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email: rupjyotigoswami983@gmail.com
Whatsapp No: 9864425896.


Chapar HS School, Chapor

Pre-Final of HS Second year, 2021.

5. Change the form of the narration in the following sentences: 2x2=4

(a) My father said, "Rashmi, it's going to rain. Take an umbrella with you."

Ans:- My father told Rashmi that it was going to rain and he also advised to take an umbrella with her.

(b) One day Mukesh told me that he would be a motor mechanic and leave Firozabad. I asked him if he knew anything about cars.

Ans:- One day Mukesh said to me, "I will be a motor mechanic and leave Firozabad." I said to him, "Do you know anything about cars?"


6. Change the voice of any three of the following: 1x3=3

(a) The old man is looking after the children.

Ans:- The children is being looked after by the old man.

(b) Keep the book on the table.

Ans:- Let the book be kept on the table.

(c) Guwahati is called the gateway to the North East.

Ans:- People call Guwahati the gateway to the North East.

(d) Do you know the girl?

Ans:- Is the girl known to you?

(e) The Principal gave him a reward.

Ans:- (i) He was given a reward by the principal.

(ii) A reward was given him by the principal.


7. Rewrite any five of the following sentences using the verbs given in brackets in their correct tense forms:     1X5=5

(a) I (wait) for you since morning.

Ans:- I have been waiting for you since morning.

(b) Rita went out after she (lock) the door.

Ans:- Rita went out after she had locked the door.

(c) I (have) my hair cut whenever it gets too long.

Ans:- I have my hair cut whenever it gets too long.

(d) If he (go) there, he would have met my brother.

Ans:- If he had gone there, he would have met my brother.

(e) She (come) here the day after tomorrow.

Ans:- She will come here the day after tomorrow.

(f) We (visit) the Tajmahal last year.

Ans:- We visited the Tajmahal last year.


8. Rewrite any four of the following sentences filling in the blanks with appropriate appropriate preposition:

(a) Cut the rope ____ a knife.

Ans:- with

(b) I congratulate you ____ your success.

Ans:- on

(c) She takes pride ____ her beauty.

Ans:-in

(d) He was absent ____ the meeting.

Ans:-from

(e) What is the time____ your watch now?

Ans:- by

(f) Raju is good ____ cricket.

Ans:-at

(g) I have to finish this report ____ tonight.

Ans:- by


9. Rewrite any four of the following sentences as directed:

(a) Kolkata is the most populous city in India. (Change it into positive degrees)

Ans:- No other city in India is as populous as Kolkata.

(b) This is better than that. (Make it negative without changing the meaning)

Ans:- That is not as good as this.

(c) Everybody wishes to be happy. (Make it interrogative)

Ans:-Who doesn't wish to be happy?

(d) There is no rose without a thorn. (Make it affirmative)

Ans:-  Every rose has a thorn.

(e) The bird is so small that it can not fly. (Make it simple sentence)

Ans:- The bird is too small to fly.

(f) I know his name. (Make it complex sentence)

Ans:- I know what his name is?

(g) Unless you work hard, you will fail. (Make it a compound sentence)

Ans:- (i) You must work hard or you will fail

(ii) Work hard or you will fail.


Janardan Roy
Post Graduate Teacher (English)
Chapar HS School, Chapar, Dhubri.


Pramathesh Barua College, Gauripur.

Pre-Final of HS Second year, 2021.

3. Change the form of the narration in the following sentences: 2x2=4

(a) The boy said to the teacher, "Sir, I am weak in English and seek your advice." Read the text thoroughly and try to express your ideas in simple correct English," said the teacher.

Ans:- The boy told the teacher that he was weak in English and sought his advice. The teacher advised him to read the text thoroughly and try to express his ideas in simple correct English

(b) My friend told me that he was very thirsty and requested me to give him a glass of water.

Ans:- Ans:- My friend said to me, " I am very thirsty. Please give me a glass of water."


4. Change the voice of any three of the following: 3

(a) Football is played everywhere.

Ans:- People play football everywhere.

(b) Rash driving causes accidents.

Ans:- Accidents are caused by Rash driving.

(c) He was scolded.

Ans:- The teacher scolded him.

(d) The coach is training the players.

Ans:- The players are being trained by the coach.

(e) Who has asked you to do this?

Ans:- By whom has 

(f) Do the work immediately.

Ans:- Let the work be done immediately.


5. Rewrite any five of the following sentences using the verbs given in brackets in their correct tense forms: 1X5=5

(a) I (see) this movie.

Ans:- I have seen this movie.

(b) I (see) this movie last week.

Ans:- I saw this movie last week.

(c) They (like) apples.

Ans:- They like apples.

(d) This paper (appear) twice a week.

Ans:- This paper appears twice a week.

(e) You (sleep) when I entered the room.

Ans:- You were sleeping when I entered the room.

(f) The patient (die) before the doctor reached.

Ans:- The patient had died before the doctor reached.

(g) He (reach) the place tomorrow.

Ans:- He will reach the place tomorrow.


6. Rewrite any four of the following sentences filling in the blanks with appropriate prepriate preposition: 4

(a) He is fond ____ Youtube videos.

Ans:- of

(b) She was annoyed ____ missing the bus.

Ans:-at

(c) Who is responsible ____ breaking this mirror?

Ans:-for

(d) We tried to dissuade her ____ marrying an old man.

Ans:- from

(e) They are thinking ____ moving to another house.

Ans:-of


7. Rewrite any four of the following sentences as directed: 4

(a) This is one of the best colleges in the North. (Change it into comparative degrees)

Ans:- This is better than most other colleges in the North.

(b) You are richer than me. (Make it negative without changing the meaning)

Ans:- I am not so rich as you are.

(c) There is no smoke without fire. (Make it affirmative without changing the meaning)

Ans:- Every smoke has fire.

(d) We heard of her failure. (Make it a complex sentence)

Ans:- We heard that she has failed.

(e) He admitted that he had done wrong. (Make it simple sentence)

Ans:- He admitted his fault.

(f) Unless you work hard, you will fail. (Make it a compound sentence)

Ans:- (i) You must work hard or you will fail

(ii) Work hard or you will fail.


Kokrajhar District
Pre-Final of HS Second year, 2021.


5. Change the form of the narration in the following sentences:     2x2=4
(
a) "Friends", said the old man, "Sit down and rest yourselves here on his bench. My wife has gone to see what you can have for supper".
Ans:- The old man told his friends to sit down and rest themselves there on his bench. He further told them that his wife had gone to see what they could have for supper.  

(b) The teacher ordered John to stand up and asked him why he had not prepared his lesson. He also told him that he would write to his (John's) father.
Ans:- The teacher said to John, "Stand up. Why have you not prepared your lesson? I will write to your father."


6. Change the voice of any three of the following sentences:   1x3=3
(a) A tree uses oxygen to break down carbohydrate.
Ans:- Oxygen is used by a tree to break down carbohydrate.
(b) Without effort nothing can be gained.
Ans:- We can gained nothing without effort.
(c) Remove the dead body from the street.
Ans:- You are ordered to remove the dead body from the street.
(d) Why are you laughing at me?
Ans:- Why am I being laughed at by you?
(e) He described the situation to the police.
Ans:- The situation was described to the police by him.
(f) He was allowed five minutes to get ready.
Ans:- They/We allowed him five minutes to get ready.


7. Rewrite any five of the following sentences using the verbs given in brackets in their correct tense forms     5X1=5
(a) The boy (sleep), don't disturb him.
Ans:- The boy is sleeping, don't disturb him.
(b) I shall telephone you when he (come) back.
Ans:- I shall telephone you when he come back.
(c) Many soldiers (kill) in the Kargil war.
Ans:- Many soldiers were killed in the Kargil war.
(d) I (know) him for a long time.
Ans:- I have known him for a long time.
(e) They (go) to the theatre tonight.
Ans:- They will go to the theatre tonight.
(f) If I weren't to tired, I (go) with you.
Ans:- If I weren't to tired, I should go with you.
(g) As he (cross) the road, a car knocked him down.
Ans:- As he was crossing the road, a car knocked him down.

8. Rewrite any four of the following sentences filling in the blanks with appropriate prepositions : 4x1=4
(a) He spoke ____ me in English.
Ans:- to
(b) I congratulate him ____ his success.
Ans:- on
(c) She excels ____ dancing.
Ans:- in
(d) You can rely ____ your friends.
Ans:- on
(e) Rahima is sorry ____ what he has done.
Ans:- for
(f) I have to finish my work ____ tonight.
Ans:- by
(g) I cannot part ____ my parents.
Ans:- with

9. Write as directed (any four) :-    1x4=4
(a) Guwahati is the biggest city in Assam. (Change into comparative degree)
Ans:-Guwahati is bigger than any other city in Assam.
(b) I shall never forget you. (Change into interrogative)
Ans:- Shall I ever forget you?
(c) Only Ram was present there. (Make it Negative without changing the meaning)
Ans:- None but Ram was present there.
(d) Unless you  work hard, you will fail. (Make it a compound sentence)
Ans:-(i) You must work hard or you will fail
(ii) Work hard or you will fail.
(e) I know her name. (Make it a complex sentence)
Ans:- I know what her name is.
(f) He had finished his work and went away. (Make it a simple sentence)
Ans:- Finishing his work, he went away.

Janardan Roy
Post Graduate Teacher (English)
Chapar HS School, Chapar, Dhubri.

 

Chirakuti HS School,
Pre-Final of HS Second year, 2021.

24. Correct the verb forms of the following sentences given in the brackets:     5
a) If I (be) a bird, I would have flown in the sky.
Ans:- If I were a bird, I would have flown in the sky.
b) He (know) me since 2017.
Ans:- He has known me since 2017.
c) I (read) a book when he called me.
Ans:- I was reading a book when he called me.
d) He (go) to Delhi shortly.
Ans:- He goes to Delhi shortly.
e) He behaves as if he (be) a fox.
Ans:-He behaves as if he were a fox.

25. Change the voice of the following sentences:
a) Accidents are caused by carelessness.
Ans:- Carelessness causes accidents.
b) Let him finish the work.
Ans:-Let the work be finished by him.
c) I know him very well.
Ans:- He is known to me very well.
d) He was selling the mangoes.
Ans:- The mangoes were being sold by him.

26. Change the form of narration of the following sentences:
a) Suman said to Lila. "What is your name'? Why have you come here"?
Ans:- Suman asked Lila what her name was. He further asked her why she had gone there.
b) Lila said. "What a lovely picture!"
Ans:-Lila exclaimed with wonder that it was a very lovely picture.


27. Fill in the blanks with the correct preposition :
a) Simran prefers milk _____ tea.
Ans:- to
b) What is the time _____ your watch.
Ans:-by
c) Julekha is sitting _____ desk.
Ans:-on
d) China is _____ the north of India.
Ans:-to

28. Do as directed : (any three)
a) Sima is one of the best singers in our school. (Make it positive degree)
Ans:- Very few singers in our school is as good as Sima.
h) Swapna is as brave as Rawl. (Make it comparative degree)
Ans:-Rawl is not braver than Swapna.
c) Their glory can never fade. (Make it interrogative without changing the meaning)
Ans:- Can their glory ever fade?
d) He is poor but happy. (Make it a simple sentence)
Ans:-Though he is poor, he is happy.


Lakhiganj HS School, Lakhiganj
Pre-Final of HS Second year, 2021.

Change the form of Narration the following sentence: 2 X 2=4
(i) He said to me, "I won't be able to complete the work today. Can I come tomorrow and complete it?"
Ans:- He told me that he would not be able to complete the work that day. He asked me if he could come the next day and complete it.
(ii) The teacher ordered Joe to stand up and asked him why he had not prepared his lesson. He also told him that he would write to his (Joe's) father.
Ans:- The teacher said to Joe, "Stand up. Why have you not prepared your lesson? I will write to your father."

6. Change the Voice of any three of the following sentences
(i) The ground has to be cleared by us.
Ans:- We have to clear the ground.
(ii) Drive the car slowly.
Ans:- Let the car be driven slowly.
(iii) Whom did you laugh at?
Ans:- Who was laughed at by you?
(iv) Football is played everywhere.
Ans:- People play football everywhere.
(v) Who opened the door?
Ans:-By whom was the door opened?

7. Re-write any four of the following sentences filling in he blanks with appropriate prepositions:
    4 x 1=4

(i) We refer to this dictionary _______ the pronunciation of the words.
Ans:-
(ii) I have heard a lot about you _______ your class teacher.
Ans:- from
(iii) He hindered me _______ going.
Ans:-
(iv) Don't he afraid telling _______ the truth.
Ans:-of
(v) They are thinking _______ moving to another place.
Ans:-of

8. Rewrite any five of the following sentence using the verbs given in brackets in their correct tense forms.     5 x 1 = 5
(i) My brother (practise) law these days.
Ans:- My brother is practising law these days.
(ii) We (do) our lessons when the lights went out.
Ans:- We were doing our lessons when the lights went out.
(iii) As soon as I came in, she (leave) the room.
Ans:-As soon as I came in, she left) the room.
(iv) Perhaps it (rain) yesterday.
Ans:- Perhaps it rained yesterday.
(v) I (be) in Delhi since 2009.
Ans:- I have been in Delhi since 2009.
(vii) The train (start) at nine every morning.
Ans:-The train starts at nine every morning.
(viii) My brother (suffer) from fever since last Monday.
Ans:- My brother has been suffering from fever since last Monday.

9. Re-write any four of the sentences as directed : 4 X 1 = 4
(i) It is often difficult to speak the truth. (Make it negative without changing the meaning)
Ans:- It is not often easy to speak the truth.
(ii) Being ill, he could not attend school. (make it a compound sentence)
Ans:- He was ill so he could not attend school.
(iii) Your hair is very lovely. (Make it an exclamatory sentence)
Ans:- What a lovely hair you have! (doubt)
How lovely your hair is! (doubt)
(iv) I tried every plan. (Make it negative without changing the meaning)
Ans:- I tried no plan untried.
(v) There is no smoke without fire. (Make it affirmative without changing the meaning)
Ans:- Where there is fire, there is smoke.
(vi) He is so lazy that he cannot shine in life. Make it a simple sentence)
Ans:- He is too lazy to shine in life.


Majuli District HS Examination Board
Pre-Final of HS Second year, 2021.

5. Change the form of narration in the following sentences:     2x2=4
(a) Reena said to the boy, "What's the matter? Why are you crying?  Be cheerful."  
Ans:-Reena asked the boy what the matter was and she further asked him why he was crying and she told him to be cheerful.
(b) My friend told me that he was very thirsty and requested me to give him a glass of water."
Ans:-My friend said to me, "I am very thirsty. Please give me a glass of water."

6. Change the voice of any three of the following sentences:     1x3=3  
a) I know the man. Ans:- The man is known to me.
b) The student was told to leave the class room.  
c) Someone has stolen my bicycle.  
Ans:-My bicycle has been stolen.
d) He was describing the situation to the police.
Ans:- The situation was being described by him to the police.
e) Let the work be done.
Ans:- Do the work.

7. Rewrite any five of the following sentences using the verbs given in brackets in their correct tense forms:     1x5=5 
(a) They ______ (live) here since 1970.
Ans:- They have been living here since 1970.
(b) I ______ (write) the letter last night.
Ans:- I wrote the letter last night.
(c) He ______ (sit) in the library when I saw him.
Ans:- He was sitting in the library when I saw him.
(d) She ______ (come) here the day after tomorrow.
Ans:- She will come here the day after tomorrow.
(e) Recently the price of petrol ______ (go) up.
Ans:-Recently the price of petrol has gone up.
(f) This paper ______ (appear) twice a week.
Ans:-This paper appears twice a week.
(g) I wish my brother ______ (be) here.  
Ans:-I wish my brother were here.

8. Rewrite any four of the following sentences filling in the blanks with  appropriate prepositions choosing from Bracket:     Ix4=4
(a) What is the time (at/by) your watch now?
Ans:-by
(b) A sage has no desire (for/to) material wealth.
Ans:-for
(c) India is rich (in/at) minerals.
Ans:- in
(d) He is fond (of/in) playing cards.
Ans:- of
(e) I met him (in/on) the road.  
Ans:- on
(f) John was annoyed (at/with) his mother.  
Ans:- with

9. Rewrite any four of the sentences as directed : 1x4=4   
(a) He is so lazy that he cannot shine in life.  (Make it a simple sentence)
Ans:- He is too lazy to shine in life.
(b) Only Ram was present there. (Make it negative without changing meaning)
Ans:- None but Ram was present there.
(c) The Himalaya is the highest mountain in the world. (Change it into positive degree)
Ans:- No other mountain in the world is as high as the Himalaya.
(d) I know his name. (Change into a complex sentence)  
Ans:- I know what his name is.
(e) Everybody must admit that Mandela was a great leader. (Change into negative)  
Ans:- No one can deny that Mandela was a great leader.
(f) coming home, he began to work. (Change into compound sentence)
Ans:- He came home and he began to work.


SKHSS, Chirang

Pre-Final of HS Second year, 2021-22


10. Change the voice of the following sentences any three. 3x1=3

(a) He did the sum yesterday. 

Ans:- The sum was done by him yesterday.

(b) The Paradise Lost was written by John Milton. 

Ans:- John Milton wrote the Paradise Lost.

e) Close the door as early date. 

Ans:- Let the door be closed as early date.

(d) Football is played everywhere. 

Ans:- People play football everywhere.

(e) He was writing a beautiful story.

Ans:- A beautiful story was being written by him.


11. Insert the correct prepositions of the following sentences (any four) 4x1= 4 

a) They live ____ New Delhi. 

Ans:- in

b) Meera came _____ 5 O'clock yesterday.

Ans:- at 

e) The tiger was killed _____ the hunter. 

Ans:- by

d) The fox fell _____ the well. 

Ans:- into

e) Birds fly _____ the school building. 

Ans:- over

f) He was horn _____ January. 

Ans:- in

g) The shoes are made _____ leather.

Ans:- of


12. Narate the following sentences. 2x2=4 

a) He said to me, "I am reading a beautiful comic." 

Ans:- He told me that he was reading a beautiful comic.

b) Ram asked me if I was writing a story.

Ans:-Ram said to me, "Are you writing a story?"


13. Rewrite the following tenses as given verbs in bracket. (Any five) 5x 1=5

(a) When he came in my room, I (read) a newspaper 'The Assam Tribune'.

Ans:- When he came in my room, I was reading a newspaper 'The Assam Tribune'.

(b) It (rain) since yesterday.

Ans:- It has been raining since yesterday.

(c) Good children always (obey) their parents. 

Ans:- Good children always obey their parents.

(d) Quinine (test) bitter. 

Ans:- Quinine tests bitter.

(e) Shila (get) up daily at 5.30 A.M. 

Ans:- Shila gets up daily at 5.30 A.M.

(f) The train had left the station before we (reach) there. 

Ans:- The train had left the station before we reached there. 

(g) Look at the sky! It (go) to rain. 

Ans:- Look at the sky! It is going to rain.

(h) Tomorrow (be) Monday he said to me.

Ans:- Tomorrow will be Monday he said to me.


14. Transform the following sentences as directed in breakets. (Any four) 4x1=4

(a) Only Nomita can do it. ( make it negative sentence without changing the meaning) 

Ans:- None but Nomita can do it.

(b) Every mother loves her children. ( Make it negative sentence without changing the meaning)

Ans:- (i) There is no mother but loves her children.

(ii) There is no mother who does not love her children.

(c) Deva Kanta Bora is the best boy in the class. (Make it positive)

Ans:- No other boy in the class is as good as Deva Kanta Bora.

(d) I know your name. (Make it a complex sentence)

Ans:- I know what you name is.

(e) You are very tall. You can touch the ceiling fan. (Use "enough" to combine the above pairs of sentences)

Ans:- You are tall enough to touch the ceiling fan.

(f) He is very weak. He can not stand. (Make it a simple sentence with the help of "too-to")

Ans:- He is too weak to stand.


Janardan Roy
Post Graduate Teacher (English)
Chapar HS School, Chapar, Dhubri.

 

Previous
Next Post »