-->

শান্তি দিয়া মুক্ত দিয়া । Shanti diya mukta diya-জুবিন গাৰ্গ


শান্তি দিয়া মুক্ত দিয়া । Shanti diya mukta diya-জুবিন গাৰ্গ


শান্তি দিয়া, মুক্ত দিয়া
সোণৰ অসম ৰচিবলৈ
সেউজ দিয়া, শস্য দিয়া
চিৰকাল ফুলিবলে
গুলী বাৰুদ, ধোঁৱা ইৰুৱাই
নিৰপৰাধ শিশু কন্দুৱাই।
ঘৰে ঘৰে মৰম নচুৱাই
কিনো পালা তুমি কিনো দিলা কোৱা
শান্তি দিয়া

সঁচা হোৱাৰ পথ চিৰ নতুন
সঁচা হোৱা মন চিৰ তৰুণ
মৰমৰে পথাৰ বৰ বিশাল
সজাগ হোৱাৰ পথ চিৰ নতুন
সজাগ হোৱাৰ মন চিৰ তৰুণ
চিন্তাৰ মাজেৰেই আহে জোৱাৰ
গুলি বাৰুদ...
শান্তি দিয়া...

কথা কোৱাৰ অধিকাৰ আমাৰ
নিজক চোৱাৰ অধিকাৰ আমাৰ
তেজৰ নৈ বোৱাই কানো পাম
নতুন গঢ়াৰ অধিকাৰ আমাৰ
আনক চোৱাৰ অধিকাৰ আমাৰ
চকু থাকিও কণা কিয় হ’ম?
শান্তি দিয়া...।


2. চিপ চিপ পৰষুণত । Chip chip barashunot


চিপ চিপ পৰষুণত তিতাৰে পৰা
ঢিপ ঢিপ বুকুখনি কঁপিছে জানা
কিনো আবেগতে মিঠা সুবাসতে
চিপ চিপ পৰষুণত তিতাৰে পৰা
ঢিপ ঢিপ বুকুখনি কঁপিছে জানা
কিনো আবেগতে মিঠা সুবাসতে
মন আজি উতলা বহাগৰে বতৰা
কতে মৰোঁ মৰোঁ কতেনো গৈয়ে মৰোঁ
বুকুখনি কঁপিছে মিঠা আবেগতে
চিপ চিপ পৰষুণত তিতাৰে পৰা
বুকুখন কঁপিছে মিঠা আবেগতে

দীঘলতী মাখিয়তী জেতুলি পকা
তুমি বাৰু বুজিছানে মনৰে কথা
খিটিক খিটিককৈ তাঁতৰে শাল পকোৱা সূতা
লগাইছানে বুকুৰে উমেৰে গামোচা
মই অধীৰ আজি তোমাকে বিচাৰি
বুকুৰে আমঠু তুমি জানি লবা
দুয়োখনি হাতত জেতুকা পাতৰে
ৰঙা ৰঙা মৰম কেতিয়া সানিবা
চিপ চিপ পৰষুণত তিতাৰে পৰা
বুকুখন কঁপিছে মিঠা আবেগতে

মন পিছলি দেহা পিছলি পৰিব দিয়া
বান্ধিলেনো কি পাবা মৰমী জীৱন দুদিনীয়া
চাৰি চকুৰে মিলন আমাৰে দেহা কঁপি যোৱা
মনত পৰিলেই দুগালতে ঘাম বিৰিঙি উঠা
বৰষুণৰ নিশা দদাই খুৰী বুলি
তোমালোকৰ চোতালত হুঁচৰি জোৰা
পিৰালিতে বহি থকা তুমি আহি
বৰষুণত তিতি তিতি বিহু নচা
চিপ চিপ পৰষুণে পেলালে মনত
মুখনি তোমাৰে মুখনি তোমাৰে
চিপ চিপ পৰষুণত তিতাৰে পৰা
ঢিপ ঢিপ বুকুখনি কঁপিছে জানা
কিনো আবেগতে মিঠা সুবাসতে
ঢিপ ঢিপ বুকুখনি কঁপিছে জানা
ঢিপ ঢিপ বুকুখনি কঁপিছে জানা
কিনো আবেগতে মিঠা সুবাসতে
মন আজি উতলা বহাগৰে বতৰা
কতে মৰোঁ মৰোঁ কতেনো গৈয়ে মৰোঁ
বুকুখনি কঁপিছে মিঠা আবেগতে
চিপ চিপ পৰষুণত তিতাৰে পৰা
বুকুখন কঁপিছে মিঠা আবেগতে


3. পিয়া ৰে পিয়া ৰে । Pia re pia re


Pia re pia re...
Kade ai hiya re
Pia re pia re...
Kade ai hiya re
Valobasa keno ato osohay
Bukhe prem mone asha nive jay
Valobasa keno ato osohay
Bukhe prem mone asha nive jay
Ei pothe aj achi aki sathe
Kal jodi majh pothe dure jete hoy
Pia re pia re pia re
Kade mon kade ai hiya re
Pia re pia re...
Kade ai hiya re
Valobasa noy kono oporad
Tobu keno nirasay kate rat
Valobasa noy kono oporad
Tobu keno nirasay kate rat
Dino betha adharer nirobota
Mone jaghe akulota
Meghe dhake chad.
Pia re pia re pia re
Kade mon kade ai hiya re
Pia re pia re...
Kade ai hiya re
Pia re pia rey...
Kade ai hiya rey
Valobasa miche noy ovinoy
Kal jodi tobu vul mone hoy
Valobasa miche noy ovinoy
Kal jodi tobu vul mone hoy
Ghor chere chole ashe ato dure
Prem jeno khuje fere tar porichoy
Pia re pia re pia re
Kade mon kade ai hiya re
Pia re pia re...
Kade ai hiya re
Pia re pia re...


4. মোৰ মিনতি তৰা । Mur minoti tora


Mur minoti tora hoi jodi
Tumar akhakh subo
Mur ai gaan jodi xur hoi
Mur ai gaan jodi xur hoi
Tumar monot robo...

Mur minoti tora hoi jodi
Tumar akhakh subo
Mur ai gaan jodi xur hoi
Mur ai gaan jodi xur hoi
Tumar monot robo...

Mur ai kotha jodi xur hoi
Mur ai xur jodi jun hoi
Mur ai kotha jodi xur hoi
Mur ai xur jodi jun hoi

Xei june xuna junali maya re
Xoru surungare
Xei june xuna junali maya re
Xoru surungare
Mone mone goi
Tumar Mukhote robo
Moi nathakile xajor torai
Murei kotha k kobo
Moi nathakile xajor torai
Murei kotha k kobo...

Mur minoti tora hoi jodi
Tumar akhakh subo
Mur ai gaan jodi xur hoi
Mur ai gaan jodi xur hoi
Tumar monot robo...
Previous
Next Post »