-->

নদীৰ পাৰেৰ কুৰুৱাৰে মোৰ । Nadir parer kuruware mor - Pratima Barua Pandey


নদীৰ পাৰেৰ কুৰুৱাৰে মোৰ । Nadir parer kuruware mor


1. নদীৰ পাৰেৰ কুৰুৱাৰে মোৰ
জামেৰ গাছত সূয়া
কেনে কান্দেন অমন কৰিয়াৰে কুৰুৱা
চক্ষেৰ জল ফেলেয়াৰে
ও ৰে কুৰুৱাৰ, মুইও কান্দং চিটুল বিধুৱা হয়া
জলে কান্দে জল কোৰাৰে সুদিনেৰ লাগিয়া
মুই অভাগী কান্দং বসি পতিকো হাৰেয়া ৰে
মুই কান্দং চিটুল বিধুৱা হয়া
ঢাল কাউৱাটাৰ কান্দোন শুনিয়া
মনেৰ আগুন জ্বলে
মুই নাৰীটা বসিয়াৰে কান্দং কুৰুৱাৰে
পতিকো হাৰেয়াৰে
মুই কান্দং চিটুল বিধুৱা হয়া
না মিটিল মোৰ মনেৰ আশাৰে কুৰুৱা
ভাঙিলো মোৰ বাসা
ভৰা যৌৱন কেমনে কাটাব কুৰুৱাৰে
পতিকো হাৰেয়াৰে
ও কি কুৰুয়াৰে মুইও কান্দং চিন্টুল।


2. দেহতৰীৰ মাঝে ষোল্লজন । Dehtorir majhe shollajon

দেহতৰীৰ মাঝে ষোল্লজন
ছয় জন তাৰ বৈঠা মাৰে
গুন টানে নয় জন
মন মাঝি হাইল ধৰিয়া
বসিয়া থাকি চলায় নৌকা
মনেৰ উল্লাসে
নৌকা যেদিন ঠেকিৰে বালুচৰে
নৌকা ছাড়ি ডাৰি মাঝি
সবে পালাইবে
নৌকাৰ হয় সেইজন গোৰ মহাজন
সঙ্গেৰ সাথী লইয়া দেহতৰীৰ
থুইবে ভাই গুপ্ত কৰিয়া।


3. গোলাপীৰ সিতেৰ সেন্দুৰ । Golapir siter sendur

গোলাপীৰ সিতেৰ সেন্দুৰ গোলাপীকে দেমো না
খোৰ হেলানী দিয়া নাচে গোলাপী
গাও হেলানি দিয়া নচে গোলাপী
গোলাপীৰ গালাৰ মালা গোলাপীকে দেমো না
খোৰ হেলানি দিয়া নাচে গোলাপী
টাৰ হেলানি দিয়া নাচে গোলাপী
গোলাপীৰ কাণেৰ সোণা গোলাপীকে দেমো না
খোৰ হেলানি দিয়া নাচে গোলাপী
গোলাপীৰ নাকেৰ সোণা গোলাপীকে দেমো না
খোৰ হেলানি দিয়া নাচে গোলাপী
টাৰ হেলানি দিয়া নাচে গোলাপী
গোলাপীৰ হাতেৰ শাঙ্খা গোলাপীকে দেমো না
খোৰ হেলানি দিয়া নাচে গোলাপী
টাৰ হেলানি দিয়া নাচে গোলাপী


4. কালা ৰে কালা । Kala re kala

কালা ৰে কালা
চন্দন কাঠেৰ খৰি
তাকে দিয়া কালা ভাত ৰান্ধি
ধুৱাৰ ছলে কালা
দুৱাৰে বসি কান্দি ৰে
ভাত ৰান্ধিবাৰ কালে
কালাৰ কথা মোৰ মনে পৰে
ৰান্ধা ভাত মোৰ
না সোন্দায় শৰীলে
যখন কালা ফোকান বাশী
তথন নাৰী মুই জলে আসি
কলসী ভাসেয়া নিল মোৰ সোঁতে
কোন জনে দৰদী হবে
কাঙ্খেৰ কলস মোৰ আনিয়া দিবে
তাকে দিম মুই গলাৰ চন্দহাৰ।
Previous
Next Post »