-->

মেঘালী মেঘালী । Meghali Meghali-জুবিন গাৰ্গ

1. মেঘালী মেঘালী । Meghali Meghali-জুবিন গাৰ্গ


মেঘালী মেঘালী
বৰষুণে আহি
চকুৰে পতা
চুমীলেহি
শাওনী শাওনী
মৰমে আহি
বুকুৰে কোমল
চুলেহি
টোপাল টোপাল
চেনেহী সাগৰ
তেজে তেজে বৈ
ভৰিলেহি
জীপাল জীপাল
যৌৱন বাখৰ
সিৰে সিৰে ৰৈ
শিপালেহি
মেঘালী মেঘালী
বৰষুণে আহি
চকুৱে চকুৱে
চুমীলেহি

অ’ অনুভৱী অনুভৱী
চেচাঁ চেচাঁ শিহৰণ
অভিমানী অভিমানী
দেহতে সাতো ৰং
অ’ অনুভৱী অনুভৱী
চেচাঁ চেচাঁ শিহৰণ
অভিমানী অভিমানী
দেহতে সাতো ৰং
টোপাল টোপাল
চেনেহী সাগৰ
তেজে তেজে বৈ
ভৰিলেহি
জীপাল জীপাল
যৌৱন বাখৰ
সিৰে সিৰে ৰৈ
শিপালেহি
মেঘালী মেঘালী
বৰষুণে আহি
চকুৱে চকুৱে
চুমীলেহি

দুবাহুৰে সাৱটি
দুটি দেহাৰে মিলন
ওঠেঁ ওঠেঁ চুমাৰে
দিও যেন লাগে মৰম
দুবাহুৰে সাৱটি
দুটি দেহাৰে মিলন
ওঠেঁ ওঠেঁ চুমাৰে
দিও যেন লাগে মৰম
টোপাল টোপাল
চেনেহী সাগৰ
তেজে তেজে বৈ
ভৰিলেহি
জীপাল জীপাল
যৌৱন বাখৰ
সিৰে সিৰে ৰৈ
শিপালেহি
মেঘালী মেঘালী
বৰষুণে আহি
চকুৱে চকুৱে
চুমীলেহি
মেঘালী মেঘালী
বৰষুণে আহি
চকুৰে পতা
চুমীলেহি
শাওনী শাওনী
মৰমে আহি
বুকুৰে কোমল
চুলেহি

Lyric & Music- Ajoy Phukan



2. নিজৰ বুলিবলে । Nijor bulibole-জুবিন গাৰ্গ


নিজৰ বুলিবলে
তুমি আছা বুকুতে
বিচাৰো মই
তোমাৰ বনত
ওমলিবলে
নদী বৈ জানা
মৰমকে লৈ
সাগৰলে
হেঙুলী আবেলি মোৰ
প্ৰনয়ক সজোৱা
আদৰেৰে
তুমি সাৰে আছা
মোৰ প্ৰতিটো
গানে গানে
নিজৰ বুলিবলে
তুমি আছা বুকুতে
বিচাৰো মই
তোমাৰ বনত
ওমলিবলে
নদী বৈ জানা
মৰমকে লৈ
সাগৰলে

অনুৰাগী হিয়াতে দিয়া
দুহাতেৰে একাজঁলি
মৰমৰ সঁফুৰা
অভিমানী পলবোৰকো
দি যাব পাৰিবানে
গোপনে ঠিকনা
হেঙুলী আবেলি মোৰ
প্ৰনয়ক সজোৱা
আদৰেৰে
তুমি সাৰে আছা
মোৰ প্ৰতিটো
গানে গানে
নিজৰ বুলিবলে
তুমি আছা বুকুতে
বিচাৰো মই
তোমাৰ বনত
ওমলিবলে
নদী বৈ জানা
মৰমকে লৈ
সাগৰলে

দোক মোকালী
মনৰ কোঠালীত
ঢালি দিয়া পোহৰেৰে
জোনাকী জোনাকী
চিনাকী চিনাকী
তোমাৰ মুখৰে
লগৰী মোৰ লাজৰে
ওৰণী গুচোৱা
হেঙুলী আবেলি মোৰ
প্ৰনয়ক সজোৱা
আদৰেৰে
তুমি সাৰে আছা
মোৰ প্ৰতিটো
গানে গানে
নিজৰ বুলিবলে
তুমি আছা বুকুতে
বিচাৰো মই
তোমাৰ বনত
ওমলিবলে
নদী বৈ জানা
মৰমকে লৈ
সাগৰলে
নদী বৈ জানা
মৰমকে লৈ
সাগৰলে
নদী বৈ জানা
মৰমকে লৈ
সাগৰলে


3. পাখি লগা মনে । Pakhi loga mone


Pakhi loga mone kio bare bare
Ture kakhole gusi jaai
Ohhoo oo o
Oo ohhoo oo o
Ture kotha bhabi uka urunga lage
Eke thire korobale saai
Ohhoo oo o
Oo ohhoo oo o

Nopore ne monote tahanire kothabur
Dhulimakotire khela luka suri roja dol
Eei tunu kar dol rojar dol
Bhangim ne nabhangim nabhangiba
Ooo harilei je pes dhora
Jikilei kirili pora
Dhapoli meli fura
Ujutit sokulu hora
Polok jopaotei hokolu holoni
Homoi pare hoi hokolu puroni
Bisarileu nupua
Ohhoo oo o
Oo ohhoo oo o

Dure dure thakibo kahaniba lagibo
Tuke eri janone nuaru je bhabibo
Rojai hukum dise edim sedim bai
Ki hukum dise edim sedim bai
Ooo roja rani khelute
Haate haat dhorute
Bhobaje nasilu jaan
Eeriboi nuarimei
Dhemalite khela roja rani hua
Mosibo hosake kahaniu nuara
Toiu bhabone etia
Ohhoo oo o
Oo ohhoo oo o

Pakhi loga mone kio bare bare
Ture kakhole gusi jaai
Ohhoo oo o
Oo ohhoo oo o
Ture kotha bhabi uka urunga lage
Eke thire korobale saai
Ohhoo oo o
Oo ohhoo oo o
Ohhoo oo o
Oo ohhoo oo o


4. আইনা মন ভাঙ্গা আইনা । Aaina mon bhanga aaina


Aaina mon bhanga aaina
Jaina Betha Bhola Jaina
Shoyna Ei Betha Je Shoina

Aaina mon bhanga aaina
sJaina Betha Bhola Jaina
Shoyna Ei Betha Je Shoina

O Mon Kandere Kandere Kandere
Smiriti Moche Na o o o

O Mon Kandere Kandere Kandere
Smiriti Moche Na o o o

Aaina mon bhanga aaina
Jaina Betha Bhola Jaina
Shoyna Ei Betha Je Shoina

Na Rakha Kichu Kotha
Shomoyeri Jhora Pata
Diye Jai Shudhu Betha E Buke
Theme Jowa Sei Gane
Jome Thaka Ovimane
Brishti Thamena Du Chokhe
O Mon Kandere Kandere Kandere
Smiriti Moche Na o o o

O Mon Kandere Kandere Kandere
Smiriti Moche Na o o o

Aaina mon bhanga aaina
Jaina Betha Bhola Jaina
Shoyna Ei Betha Je Shoina

Joto Chai Bhule Jete
Mon Chai Betha Pete
Tai Bujhi Prem Take Bhole Na
Nive Jowa Alo Chaya
Chilo Jodi Miche Maya
Brishti Keno Ta Bole Na
O Mon Kandere Kandere Kandere
Smiriti Moche Na o o o

O Mon Kandere Kandere Kandere
Smiriti Moche Na o o o
Aaina mon bhanga aaina
Jaina Betha Bhola Jaina
Shoyna Ei Betha Je Shoina


Previous
Next Post »