-->

কোনোবাই ৰিঙিয়াই । Konobai Ringiyai-জুবিন গাৰ্গ


1. কোনোবাই ৰিঙিয়াই । Konobai Ringiyai-জুবিন গাৰ্গ

কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই
গা গা গা মা গা ৰে পা
নি নি নি চা পা পা নি
ৰে চা নি চা
ৰাতি ৰাতি ন ক সাৱটি
মুদি থাকে
বুকু ভৰি, খোজে খোজে
যেন পুৱতিক
চুব খোজোতেই হয় দুৰণি
সপোনৰে ঢৌ দুচকুত লৈ
তুমি আছা উটি ভাহি ফুৰি
বেদনাৰ নৈ বুকুতে লৈ
মই আছোঁ তোমাকে সোৱৰি
নিজৰেই এন্ধাৰত আছোঁ
নিজে উমলি
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই
গা গা গা মা পা ৰে পা
নি নি নি চা পা পা নি
ৰে চা
জ্বলি জ্বলি গলি যোৱা
আৰু কত দিন চাবা তুমি
বুকু বিদাৰি চিঙি মোহাৰি
আৰু কত খেল খেলা তুমি
প্ৰেৰণাৰ শেষ বুকুতে লৈ
আছে মাথোঁ বাকি মোৰ
অৱশেষ চকু মেলিলেই চাব
খুজিলেই পাওঁ মাথোঁ
একেই অন্ধ আবেশ সপোনৰ
চলনা দিঠক সুখত সোৱৰি
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই

2. হৰি নাম ৰসে বয়কুণ্ঠ । Hori nam rose boikuntha

হৰি নাম ৰসে
বয়কুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী
শ্ৰীমন্ত শংকৰে ও পাৰো
ভাঙিদিলে ও বহে
ব্ৰমাণ্ডক ভেদি ও

গোবিন্দৰ প্ৰেম অমৃতৰ
নদী বহে বয়কুন্ঠৰ পৰা
চাৰি পুৰুসাৰ্থ ও তাহৰ
নিৰ্জৰা ও হৰি নামে
মুলোধাৰা

হৰি ভক্টি দানো
দিয়া জগতোক
তাৰিলা সংখাৰ সিন্ধু
বিনয়ো কৃপালো ও সংখাৰ
বিনায়ে ও
নাই নাই আৰো বন্ধু ও

হৰি ভকতিৰো
পাতিলন্তহাতো শংকৰে
জগতো জুৰাই
ৰামো ৰামো ৰত্ন ও
বেচায়া জগতে ও
চলয়ো বয়কুন্ঠ পুৰি ও

শ্ৰীমন্ত শংকৰ হৰি
ভকতৰো জানা জেনো
কল্পতৰু
তাহান্ত বিনায় ও নাই
নাই নাই ও
আামাৰো পৰম গুৰু

হৰি নাম ৰখে বয়কুন্ঠ
প্ৰকাশে প্ৰেম অমৃতৰ নদী
শ্ৰীমন্ত শংকৰে ও পাৰ
ভাঙি দিলে ও
বহে ব্ৰমাণ্ডক ভেদি

যদি কিবা লিখতে ভুল
হয়চে তেতিয়া হলে কৃষ্ণ
বাপ বান্ধব আই মাত্ৰি
ওচৰত সেৱা ধৰিছো।

Previous
Next Post »