-->

ছিৰিৰাম মঞি অতি । Chhiriram moyi oti - মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ

 

ছিৰিৰাম মঞি অতি । Chhiriram moyi oti - মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ

ৰাগ : সুহাই

ধ্ৰুং।।—
ছিৰিৰাম : মঞি অতি পাপী পামৰু :
        তেৰি ভাৱনা নাই
জনম চিন্তামণি : কাহে গয়ো :
        যৈচে কাচক লাই।

পদ।। —
দিৱসে বিষয়ে বিয়াকুল :
    নিশি শয়নে গোৱাই।
মনে ধন খোজি বিয়াকুল :
    তেৰি আৰতি নপাই।।
হৃদয় কমলে হৰি বৈঠহ :
    চিন্তো চৰণ না তেৰি।
কৰল গৰল যচ ভোজন :
    হামো অমিয়া হেৰি।।
পৰম মুৰুখ হামো মাধৱ :
    একু ভকতি নজানা।
দাস দাস বুলি তাৰহু :
    এহু শঙ্কৰ ভাণা।।

2. ৰাম পৰম ধন চিন্তহু । Ram param dhan chintahu


ৰাগ : গৌৰী
তাল : জ্যৌতি

ধ্ৰুং।।—
ৰাম পৰম ধন চিন্তহু মন ভাই।
তনু চিন্তামণি বিফলহি যাই।

পদ।।—
বিষয়ৰ সুখ শূকৰকহু পাই।
হৰি পদ সেৱা মানৱী বিনে নাই।।
ঝুণ্টা ঐছন জনম গঞাই।
বিষয় কাচক মূলে মাণিক বিকাই।।
ওহি পৰম তত্ত্ব বেদক বাণী।
কহতু মূৰুখমতি মাধৱে জানি।


3. শুন শুনৰে শুৰ বৈৰী । Shun shunare shur bairi

ৰাগ : আশোৱাৰী
তাল : পৰি

ধ্ৰুং।।—
শুন শুনৰে, সুৰ বৈৰী প্ৰামাণা, নিশাচৰ নাশ নিদানা।
ৰাম নাম যম, সমৰক সাজি সমদলে কয়লি পয়াণা।।

পদ।।—
ঠাট প্ৰকট পটু, কোটি কোটি কপি,
    গিৰি গড় গড় পদঘাৱে।
বাৰিধি তীৰ তৰি, কৰে গুৰুতৰ গিৰি,
        ধৰি ধৰি সমৰক ধাৱে।।
হাট ঘাট বহু বাট বিয়াপি, চৌগড়ে বেঢ়লি লঙ্কা।
গুৰু ঘন ঘন ঘোষ, ঘৰিষণ গৰ্জ্জন, শ্ৰৱণে জনময় শঙ্কা।
ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ, ৰাৱণ তুৱা পৰি ঝাঁম্পে।
সুৰ নৰ কিন্নৰ ফণধৰ থৰথৰ, মহীধৰ তৰসি প্ৰকম্পে।।
অন্ধ মুগুধ দশ কন্ধ পাপ বুধ, জানকীক শিৰত চৰাই,
ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ, শঙ্কৰ কহতু উপায়।।


Previous
Next Post »