-->

সাধেৰ ভোমোৰা উড়িয়া । Sadher bhomora uriya

সাধেৰ ভোমোৰা উড়িয়া
Sadher bhomora uriya

 

সাধেৰ ভোমোৰা উড়িয়া পৰে ঠাই ঠাই

কায় কয় সেই কেওয়া ফুলেৰ মধু নাই

 

ফুলেৰ যখন মধু ছিল ভোমোৰাৰ আনা-গোনা

ফুলেৰ এলা মধু নাই ভোমৰাও আসেনা

 

গাভুৰ বয়সে যেই নাৰীটাৰ স্বামী নাইৰে ঘৰ

মিছা মিছি ৰান্দন-বাড়ন, মিছাৰে সংসাৰ

 

মনেৰ যত গোপন কথা খুলিয়া কবাৰ চাং

কাক কইম মুই মনেৰ কথা মানুষে নাপাং।


প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey

Newest
Previous
Next Post »