-->

দুধো মিঠা দৈও মিঠা । Dudho mitha daio mitha

দুধো মিঠা দৈও মিঠা
Dudho mitha daio mitha

 

দুধো মিঠা দৈও মিঠা

আৰো মিঠা ননী

আৰ তাৰ চাইতে অধিক মিঠা ৰে

বাছা মাও সে জননী

সোণাৰ চান্দ চান্দ ৰে

চান্দো হাৰাইলাম নদীতে

নিমেৰ তলে বইসো বাছা

নিমেৰ ছেড়ো পাতা

কায় তোৰে হৰিয়া নিল ৰে

ও তোৰ সোণামুখেৰ কথা

বৈৰাগী না হইও বাছা

সন্ন্যাসে না যাইও

ঘৰে বসে কৃষ্ণ নামটি ৰে

বাছা মায়েৰে শুনাইও।


প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey

Newest
Previous
Next Post »