-->

বণিজ বণিজ কৰেন । Banij banij karen

বণিজ বণিজ কৰেন 
Banij banij karen


বণিজ বণিজ কৰেন

ও মোৰ পৰাণ সাদু ও

সাদু বণিজেৰ কি বা ৰীতি

অফুলা ফুলেৰ স্বাদ সাধু ৰে

সাধু খাইবাৰ নাই দেয় বিধি

লাউ কুটিলং ঘুচি ঘুচি সাধুও

সাধু চালত থুনু দাও

শিশুতে কৰাইচেন বিয়াও সাধুও

সাধু এলাও গোন্ধায় গাও

সোণাও নোৱায় ৰূপাও নোৱায়

সাধু অঞ্চলে বান্ধিব

আৰ চালেৰ কুমুৰা নোয়ায় সাধুও

ঐ পৰশীক বিলাব।


প্ৰতিমা বৰুৱা পান্ডে 

Pratima Barua Pandey

Newest
Previous
Next Post »