ৰসিয়ায় বসাইছে ফান্দ
Rosiyay bosaichhe fand
ৰসিয়ায় বসাইছে ফান্দ কালা
বানিয়ায় বসাইছে ফান্দ কালা
নিধুয়া পাথাৰে ও কালা যাইও না
ৰসিয়ায় বসাইছে ফান্দ কালা
সেই না ফান্দে পৰি আছে প্ৰাণ কালা
শালিৰ শুয়া পংখী ও কালা যাইও না
সিতেৰ সেন্দূৰ বন্দক থুইয়া কালা
পংখী ছুটান কৰ ও কালা যাইও না
ৰসিয়ায় বসাইছে ফান্দ কালা
গালাৰ মালা বন্দক থুয়া কালা
পংখী ছুটান কৰ ও কালা যাইও না
ৰসিয়ায় বসাইছে ফান্দ কালা
কাণেৰ সোণা বন্দক থুয়া কালা
পংখী ছুটান কৰ ও কালা যাইও না
ৰসিয়ায় বসাইছে ফান্দ কালা
হাতেৰ শাঙ্খা বন্দক থুয়া কালা
পংখী ছুটান কৰ ও কালা যাইও না
ৰসিয়ায় বসাইছে ফান্দ কালা।
প্ৰতিমা বৰুৱা পান্ডে
Pratima Barua Pandey
ConversionConversion EmoticonEmoticon