-->

ব’হাগৰ বৰষুণ । Bohagor boroshun-অনিমা চৌধুৰী


1. ব’হাগৰ বৰষুণ । Bohagor boroshun-অনিমা চৌধুৰী

ব’হাগৰ বৰষুণ
ব’হাগৰ বৰষুণ
ৰুণ জুন জুন
ৰুণ জুন জুন
ৰুণ জুন জুন
সুকোমল গীতৰ মূৰ্চ্চনা
সুকোমল গীতৰ মূৰ্চ্চনা
শাওনৰ বৰষুণ...
গুণ গুণ গুণ
গুণ গুণ গুণ
গুণ গুণ গুণ
সকৰুণ ছন্দৰ অন্তৰা
হ’লো আমি অস্থায়ী
গীতৰ প্ৰথমা...
বৰষুন ৰুণ জুন ৰুণ
ৰুণ জুন ৰুণ
প্ৰথম পৰিচয় নয়নে নয়ন
চঞ্চল চাৱনিৰ লাজৰ ভৰণ
চঞ্চল চাৱনিৰ লাজৰ ভৰণ
নিদাৰুণ ৰীতি-নীতি
আমি হওক লৈ
গীত হ’ব প্ৰতিৰ বন্দনা
বৰষুন ৰুণ জুন জুন
ৰুণ জুন জুন
ৰুণ জুন জুন
সমীৰে সানি দিব সুষমা অকোৱা
বৰষুণে গাব যে মধু কণ্ঠমা
ঋতুৱে ঋতুৱে আহে আৰু যায়
ঋতুৱে ঋতুৱে আহে আৰু যায়
অংকুৰ ফুল হৈ জাগে অন্তৰায়
বৰষুন ৰুণ জুন জুন
ৰুণ ঝুন ঝুন
সুকোমল গীতৰ মূৰ্চ্চনা
সুকোমল গীতৰ মূৰ্চ্চনা
শাওনৰ বৰষুন
গুণ গুণ গুণ
গুণ গুণ গুণ
গুণ গুণ গুণ
সকৰুণ ছন্দৰ অন্তৰা
সকৰুণ ছন্দৰ অন্তৰা
হ’লো আমি অস্থায়ী
গীতৰ প্ৰথমা।

2. শুনি কি নুশুনি । Shuni ki nushuni

শুনি কি নুশুনি ঐ
চেনাইৰে পেপাৰে মাত
পেপাৰ মাতে শুনি
ৰ’ব মই নোৱাৰো
ততে নাই এতিয়া
গাতে মোৰ চেনাই ঐ
ততে নাই এতিয়া গাত
তোৰে কথা ভাবি ভাবি মোৰ
ৰাতি উদজাগৰে যায়
কিনো চেনাই যাদু কৰিলে
মোকে আজিলি পায়
তোৰে কথা ভাবি ভাবি মোৰ
নিশা টোপনি নাই
কিনো চেনাই যাদু কৰিলি
মোকে আজলি পায়
কৈ যা চেনাই
কেতিয়ানো লগে পাম
মনৰ কথা খুলি ক’ম
ভাবি মন ইচাটি গাতে মোৰ
চেনাই ঐ কিনো জুই জ্বলালি গাত।
যোৱা বেলি বিহু তলিতে
কথা দিছিলি তই
বাৰে বাৰে নুভুলাবি মোক
চলাহি কথা কৈ
কলিজাৰ চেনাই
পেতলৈ নাযায় ভাত
কলিজা নপৰে শাত
নেপালে তোৰে ঐ মাতে
মোৰ চেনাই ঐ
কিনো জুই জ্বলালি গাত।

3. অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি । Onubhav mor preeti smiti

অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্চনা
অনুভূতি মোৰ চিত্ৰহনীয়া
বৰণীয়া।
দহি দহি হ’লো
নপৰা উজ্বল সোণ ধাতু
দহি দহি হ’লো
নপৰা উজ্বল সোণ ধাতু
চকুতে চকুলো সামৰি গ’লো
বৰষাৰ প্লাৱন ঋতু
সহানুভূতিৰে গোৱা গীতবোৰ
সহানুভূতিৰে গোৱা গীতবোৰ
হওক চিৰ স্মৰণীয়
যগমীয়া
অনল সূতিৰ দুকোল বাগৰি
হ’লো যে বোৱতি মহানদী
জীৱন নামৰ নৈখনি মোৰ
উতি ভাহি যাওক যায় যদি
সূতি নাই নাই
উভতি নাচাও
সূতি নাই নাই
উভতি নাচাও
দিখৌ লগৰীয়া আৰু ছাঁ
মোৰ লগৰীয়া।

 

Previous
Next Post »