-->

ও শ্যাম কালিয়া ৰে । O shyam kaliya re


ও শ্যাম কালিয়া ৰে । O shyam kaliya re by Pratima Barua Pandey

1. ও শ্যাম কালিয়া ৰে
তোমৰা যাইও যাইও কালা আগুনেৰ ছলে
তোৰ কালাৰ যেমন মোষেৰ গাড়ী
মুই হনু তেমন চিটুল আড়ী
কালা যাইও আগুনেৰ ছলে
তোৰ কালাৰ যেমন যোৰা ভুৰু
মোৰ নাৰীৰ তেমন কমৰ সুৰুৰে
কালা যাইও আগুনেৰ ছলে
তোৰ কালাৰ যেমন যোৰা ভুৰু
মোৰ নাৰীৰ তেমন কমৰ সুৰুৰে
কালা যাইও আগুনেৰ ছলে
তোৰ কালাৰ যেমন টেৰিয়া সিতা
মোৰ নাৰীৰ তেমন ঢালুৱা খোপাৰে
কালা যাইও আগুনেৰ ছলে
আৰে তোৰ কালাৰ যেমন মুখেৰ হাসি
মোৰ নাৰীৰ তেমন দাঁতেৰ নিশি
কালা যাইও আগুনেৰ ছলে।


2. জানিয়াও জানিলেন না । Janiyao janilen na


জানিয়াও জানিলেন
শুনিয়াও শুনিলেন না
জ্বলেয়া গেইলেন মনেৰ আগুন
নিবিয়া গেইলেন না
ও মোৰ নয়নেৰ কাজল
তিলেক দণ্ড না দেখিলে
মন হয়
মোৰ পাগল
বন্ধু কেনচি কাটা চুল
আৰে হয়না কেনে চোঙৰা বন্ধু
খেল কদমেৰ ফুল
বন্ধু মোৰ নয়নেৰ সুৱা
বন্ধুৰ জন্য বান্ধিয়া থুইছং
অঞ্চল গুৱা।


3. নদীত ফোটে নদীয়া হোলা । Nadit Phote nadiya hola


নদীত ফোটে নদীয়া হোলা
হায় আল্লা ফুটিয়া ৰইল মোৰ ডালতে
মদন চোৰা, হায় আল্লা
বাবা ঘৰেৰ একজোৰা পায়ৰা
হায় আল্লা মোৰে বা বাংলায় পৰেৰে
মদন চোৰা হায় আল্লা
সৰিয়া ছিটানু মুঠায় মুঠায়
হায় আল্লা পাখাবা ঝাইৰা ঝাইৰা খায় ও ৰে
মদন চোৰা হায় আল্লা
পায়ৰা পৰে জোড়ায় জোড়ায়
হায় আল্লা বাকুমকুম বাকুমকুম কৰেৰে
মদন চোৰা, হায় আল্লা।


4. আৰে বইল মাছে খেইল । Aare boil machhe kheil


আৰে বইল মাছে খেইল কৰে
ঝৰুৱালী পানীৰ মাঝে
কোমৰ হ্যাকা, কোমৰ ব্যাকা
থেকোৰে থেকোৰে নাচে
বইল মাছে খেইল কৰে
শাৰীৰ আটুস কইৰো নাৰে বালি
তাতিয়া পালেয়া গেইচে
বইল মাছে খেইল কৰে
সোণাৰ আটুস কইৰো নাৰে বালি
বানিয়া পালেয়া গেইচে
বইল মাছে খেইল কৰে
শাঙ্খাৰ আটুস কইৰো নাৰে বালি
শাকাৰী পালেয়া গেইচে
বইল মাছে খেইল কৰে।


5. এক বাৰ আসিয়া সোণাৰ । Ek bar aasiya sonar


এক বাৰ আসিয়া সোণাৰ চান্দ মোৰ
যাও দেখিয়া
আইলত ফোটে আইল কাশিয়া
দোলাত ফোটে হোলা
বাপ মায় বেচেয়া খাইচে
সোয়ামী পাগেলাৰে
লোকে যেমন ময়না পোষে
পিঞ্জিৰাত ভৰেয়া
ঐ মনত নাৰীৰ যৌৱন
ৰাখিছং বান্দিয়া ৰে
ও দিয়া ও দিয়া যান ৰে বন্ধু
ডেৰাই না হন পাৰ
থাউক বোলে তোৰ দিবাৰ থুবাৰ
দেখা পাৱা ভাৰ ৰে
পাখা নাই মোৰ, পাঙ্খা নাই মোৰ
নাই যৌৱন পানেৰ বোটা
ৰাখিম ক'ত কাল ৰে।
Previous
Next Post »