-->

কমলা সুন্দৰী । Kamala sundari - Pratima Barua Pandey

কমলা সুন্দৰী । Kamala sundari

1. নাচিতে নাচিতে কমলা সুন্দৰী 

হালিয়া ঢুলিয়া পৰে ৰে

আৰে ভাল কৰিয়া বাজাওৰে দোতোৰা

কমলা সুন্দৰী নাছে।

কমলা সুন্দৰীৰ নাছোন দেখিয়া

হালোৱা হালো ছাৰেৰে


কমলা সুন্দৰীৰ নাকেৰ নল
ৰইদে ঝিল মিল কৰেৰে
কমলা সুন্দৰীৰ নাকেৰ নল
ৰইদে ঝিল মিল কৰেৰে


এ বাৰী হাতে ও বাৰী যাইতে
ঘাটায় ছিপ ছিপ পানী
এ বাৰী হাতে ও বাৰী যাইতে
ঘাটায় ছিপ ছিপ পানী
বৰেৰ ভিজিল জামা জোতা
কইনাৰ ভিডিল শাৰী ৰে
আৰে গাভৰেৰ ভিজিল জামা জোতা
কইনাৰ ভিডিল শাৰী ৰে

কমলা সুন্দৰীৰ সীতেৰ সেন্দুৰ
ঝলমল ঝলমল কৰেৰে
কমলা সুন্দৰীৰ পায়েৰ নেপুৰ
হাটিয়া য়াইতে বাজেৰে
ভাল কৰিয়া বাজানৰে ধাকোৱা
কমলা সুন্দৰী নাছে

কমলা সুন্দৰীৰ পেন্দনেৰ শাৰী
ৰইদে ঝল মল কৰেৰে
নাছিতে নাছিতে কমলা সুন্দৰী
হালিয়া হালিয়া পৰে ৰে
ও তুই ভাল কৰিয়া বাজানৰে দোতোৰা
কমলা সুন্দৰী নাছে।


2. সুখ দুখো কপালেৰো লেখা । sukh dukho kopalero lekha

 
সুখ দুখো কপালেৰো লেখা
মৃত্যুৰ লেখা পায়োৰে, দাৰুণ বিধি হায় হায়
মৃগয়া কৰিতে ৰাজা কৰিল গমনৰে
দাৰুণ বিধি হায় হায়
মৃগয়া নাপায়া ৰাজা বসে তৰু তলে
কন্যায় ডাকে উচ্চ স্বৰে হৰিশ কান্দোন বুলি
দাৰুণ বিধি হায় হায়
হায়ৰে দাৰুণ বিধি নসীব নোয়ায় ভালোৰে
দাৰুণ বিধি হায় হায়
যিও বৃক্ষেৰ তলে বইসং তাৰো ভঙিল ডালোৰে
দাৰুণ বিধি হায় হায়
সুখ দুখ কপালেৰো লেখা
ঐ আৰে শ্যাম কালা ও ৰে শ্যাম কালা
ছাড়িয়া দে মোৰ শাৰীৰ আচল যায় বেলা
আৰে ছাড়িয়া দে মোৰ শাৰীৰ কানি
দেৰী হইলে মাৰিবে স্বামীৰে, ঐ আৰে। 


3. আৰি ও মইষাল । Aari o moishal


আৰি ও মইষাল
মইষাল দাফাদাৰ ভাই
ডালা সাজাও ডালা সাজাও
চল মইষেৰ বাথানে যাই মইষাল ৰে
দুধ খোৱাইলেন সেৰে সেৰে ৰে
ও মইষাল দৈ খোৱাইলেন হাড়ী
মুইনা হইচং মইষাল ৰে
ও মইষাল অল্প বয়সেৰ আৰী
আমাৰ বাৰী যান মইষাল ৰে
ও মইষাল বইসতে দিব পীৰা
খাইতে দিবো দৈ চিৰা
আৰো গুৱা পান মইষাল ৰে
তোলা মাটিৰ মালভোগ কলা ৰে
ও মইষাল বন্নি ধানেৰ খৈ
শাইল ধানেৰ চিকন চিৰা
গামছা বান্ধা দৈ মইষাল ৰে
গৌৰীপুৰেৰ গুৱা মইষাল ৰে
ও মইষাল গোলকগঞ্জেৰ পান
নিগম দুপৰা বেলা আসিয়া
খায়া যান মইষাল ৰে।
 

4. ও কি বগিলাৰে । O ki bogilare


ও কি বগিলাৰে
ঝুকে ঝুকে উৰি যাওৰে অজানা দেশে
তুই যাইস আগে আগে
তোৰ বন্ধু যায়ৰে সাথে সাথে
বৃক্ষ ডালে কৰিম ৰে পৰবাস
মুই নাৰী ফাগুন মাসে
জ্বলিয়া মৰং হা হুতাশে
পতিধন মোৰ গেইছেৰে পৰদেশ
গদাধৰেৰ উজানতে
দেবধৰ্মাৰ পাটেৰ কাছে
বন্ধু গেইছে বণিজ কৰিবাৰে
দেখা হইলে কবু তাৰে
অভাগিনী বাচে না ৰে
আউলাইছে মাতাৰ কেল কেশ।
Previous
Next Post »