-->

একবাৰ হৰি বল মন ৰসনা । Ekbar hori bolo mon rasna-প্ৰতিমা বৰুৱা পান্ডে

 

একবাৰ হৰি বল মন ৰসনা । Ekbar hori bolo mon rasna

1. একবাৰ হৰি বল মন ৰসনা
মানৱ দেহেৰ গৌৰৱ কৈৰো না
মানৱ দেহা মাটিৰে ভণ্ড
ভাঙিলে হৈবে খণ্ডৰে খণ্ড
ভাঙিলে দেহা জোৰা নিবে না।
টাকা-পয়সা ভিটাৰ-বাৰী
জীৱন গেইলে সব ৰইবে ৰে পৰি
সংগেৰ সাথী কেউ তোৰ হৈবে না।
বেলা ডুবিলে হৈবেৰে ৰাতি
সংগে নাই মোৰ সংগেৰ সাথী
এ ভৱনদী কেমন হৈবে পাৰ
হৰি বল মন বাৰে বাৰ
বেলা ডুবিলে হৈবেৰে অন্ধকাৰ।


2. ও ৰে মানুসেৰ দেহা । O re manuser deha


আৰে ও ৰে মানুসেৰ দেহা
এ জীৱনেৰ নাইৰে আশা
কখন জীৱন কখন হয়ৰে মৰা
নিশ্বাসেৰে কি বিশ্বাস আছে
চল মন যাই গুৰুৰ কাছে
গুৰুৰ কাছে হবে উপাসনা
আৰে ও ৰে মানুসেৰ দেহা
ছাড়োৰে মন ভবেৰ খেলা
পশ্চিমে ডুবিল বেলা
বেলি ডুবিলে হবেৰে অন্ধকাৰ
আৰে ও ৰে মানুসেৰ দেহা
টাকা পয়সা ভিটা বাৰী
জীৱন গেইলে ৰবেৰে পৰি
সোণাৰ দেহা পুৰিয়া হইবেৰে ছাই
আৰে ও ৰে মানুসেৰ দেহা।


3. সোণা মন । Sona mon


সোণা মন
একবাৰ মুখে হৰি গুনৰে গাও
হৰি গুন গাওৰে সোণা মন
কৃষ্ণ গুন গাওৰে
পেয়েছ মানব জনম আৰো কিবা চাওৰে
ভাই দেখং ভাতিজা দেখং
ও ৰে সম্পত্তিৰ ভাগী
আগে কৰিবে ভাগ বাটেৰা
শেষে দেহাৰ গতিৰে
যেনা মুখে খাইচেন সোণা মন
খীৰ আৰ লবনী
ঐ না মুখে তুলিয়াৰে দিবে
জলন্ত অগনী ৰে
যেনা মাথায় বানছেন সোণা মন
মনিৰাজ পাগুৰী
ঐ না মাথা শ্মশান ঘাটে
যাইবে গড়াগড়িৰে
হৰি গুন গাওৰে সোণামন
ঐ সে বাৰে বাৰে
আৰ কি ভৰসা আছে
ভবে আসিবাৰ ৰে।


4. আজি কতো দিনে আসিবেন । Aaji koto dine aasiben


আজি কতো দিনে আসিবেন
ও মোৰ মাহুত বন্ধুৰে
হাতী দাতেৰ শাঙ্খা ধৰি মাহুতৰে
যান মাহুত আমাৰ বাৰী ৰে
ও কি মাহুতৰে নাদেখিলে মন মোৰ
উৰাং বায়ৰাং কৰে ৰে
আৰ কতো দিনে
তোৰ মাহুতৰে দান্তাল হাতী মাহুত ৰে
মুইও তেমন মাহুত ভৰ যুবতী ৰে
ও কি মাহুত ৰে নাদেখিলে মন মোৰ
উৰাং বায়ৰাং কৰে ৰে
আৰ কতো দিন
তোৰ মাহুতৰে মুখেৰ হাসি মাহুতৰে
ঐ না কোচে বাশেৰ বাশী ৰে
ও কি মাহুত ৰে, নাদেখিলে মন মোৰ
উৰাং বায়ৰাং কৰে ৰে
আৰ কতো দিনে আসিবেন।
Previous
Next Post »