দিনে দিনে খসিয়া পৰিবে । Dine dine Khosiya Poribe
দিনে দিনে খসিয়া পৰিবে
ৰংগিলা দালানেৰ মাটি,
গোঁসাইজী কোন ৰংগে।
বান্দিছেন ঘৰ মিছা,
মিছা দ্বন্দ্ব বাজে,
গোঁসাইজী কোন ৰংগে
আৰ হাড়েৰ ঘৰখনি চামেৰ ছাউনি
বান্দে বান্দে তাৰ জোড়া
আৰ তাহাৰি তলে ময়ূৰা ময়ূৰী
শূন্যে উৰায় তাৰা গোঁসাইজী কোন ৰংগে।
বাল্য না কাল গেল হাসিতে খেলিতে
যৌবন কাল গেল ৰংগে
আৰ বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে
গুৰু ভজিব কোন কালে,
গোঁসাইজী কোন ৰংগে।
প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey
ConversionConversion EmoticonEmoticon