মনেৰো হাউসে পিন্দিলুং পাটানি
Monero Hause Pindilung Patani
মনেৰো হাউসে পিন্দিলুং পাটানি
আওছা বাতাছে উড়িৰে বন্ধুৱা
মনেৰো হাউসে পিন্দিলুং পাটানি
আওছা বাতাছে উড়িৰে বন্ধুৱা
সাঁজিয়া পাৰিয়া আছঙ বসি
হাততে পিন্দিয়া ৰঙিন চুড়ি
আসবু বলিয়া পিন্দিচঙ বন্ধুধন
লাল পহিৰেৰ পাটানিৰে বন্ধুয়া
আয়নাতে দেখিয়া পাৰিলুঙ সীতা
মনেৰঙ হাউসে বাঁধিলুঙ খোবা
ফুলেৰঙ মালা খোঁপাতে দিলুঙ
দেখো একবাৰ আসিৰে বন্ধয়া
গলা ভৰা মুই পিন্ডিচঙ মালা
আয়শা কথা বন্ধু বিকাল বেলা
কেমনঙ সুন্দৰঙ মানাইছে বন্ধুৱা
দেখো চায়া চায়াৰে বন্ধুয়া।
ConversionConversion EmoticonEmoticon